মিঞাই মিঞাৰ কাম কৰক, অসমীয়াই অসমীয়াৰ কাম কৰিব লাগে। যিবোৰ ক্ষেত্ৰত মিঞা আগবাঢ়ি গৈছে তাত অসমীয়াই প্ৰতিযোগিতা কৰিব লাগে : মুখ্যমন্ত্ৰী
নিউজ ব্যুৰ’,নগাঁও,১১জুলাই:–কাজিৰঙাৰ মাজেৰে পাৰ হওতে এতিয়াৰ পৰা সাৱধান হওঁক । আপোনাৰ বাহনখন ঘণ্টাত ৪০ কিল’মিটাৰতকৈ অধিক বেগেৰে গ’লেই আপোনালৈ যাব ই- চালান ৷ কিয়নো কাজিৰঙাত পুনৰ সক্ৰিয় কৰা হ’ল চেঞ্চৰ কেমেৰা । বিগত প্ৰায় তিনিমাহ ধৰি বিকল হৈ থকা চেঞ্চৰ কেমেৰাৰ বাতৰি সবিস্তাৰে প্ৰকাশিত হৈছিল Guwahati Timesত । বন্যপ্ৰাণীৰ সুৰক্ষাৰ
হিমাচল প্ৰদেশৰ কচৌলী নামৰ এক স্থানত ১৯ জুন তাৰিখৰ পৰা পাৰৱেজ হুচেইনৰ তত্বাৱধানত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এক তবলা কৰ্মশালাত ভাগ লবলৈ যোৱা অসমৰ নগাঁৱৰ বঢ়মপুৰৰ নিৰঞ্জন শইকীয়া আজিও আবদ্ধ হৈ আছে হিমাচল প্ৰদেশত। আজি পৰিৱেশ কিছু উন্নত হোৱাৰ বাবে যাতায়ত আৰম্ভ হৈছে যদিও পথৰ দুৰৱস্থাৰ বাবে কেৱল সৰু বাহনসমূহহে হিমাচল প্ৰদেশৰ
বহু সময়ত এনেকুৱা হয় যে টিকট বুকিং কৰি যেতিয়া কোনো ব্যক্তিয়ে ষ্টেচনত উপস্থিত হয় তেতিয়া তেওঁ আগতীয়াকৈ গম নাপায় কোন প্লেটফৰ্মত তেওঁৰ ৰেলখন আহিব। এনে পৰিস্থিতিত তেওঁ জানিবলৈ চেষ্টা কৰিব যে তেওঁৰ ৰেলখন কোনটো প্লেটফৰ্মত আহিব, যাতে তেওঁ সময়মতে নিজৰ ৰেলখন ধৰিব পাৰে। কাৰণ দিল্লী, মুম্বাইৰ দৰে চহৰত মূল ৰেল
নিৰ্বাচনী হিংসা অতিক্ৰম কৰি পশ্চিমবংগত পুনৰ বিজয় ধ্বজা উৰুৱালে তৃণমূল কংগ্ৰেছে (টিএমচি)। পঞ্চায়ত নিৰ্বাচনীৰ তিনিওটা স্তৰতে সংখ্যাগৰিষ্ঠতা লাভ কৰি অগ্ৰগতিত মমতা বাহিনী। ৰাজ্যখনৰ ৩,৩১৭খন গ্ৰাম পঞ্চায়তৰ ভিতৰত ২,৫৫২খন গ্ৰাম পঞ্চায়ত, ২৩২খন পঞ্চায়ত সমিতি তথা ২০খন জিলা পৰিষদৰ ভিতৰত ১২খন আসনতেই জয় লাভ টি এম চিৰ। আনহাতে ইয়াৰ বিপৰীতে ২১২খন গ্ৰাম