কাকজান নদী, পুঠি নদীৰ প্ৰবল বানত প্লাৱিত টীয়কৰ বিস্তীৰ্ণ অঞ্চল; দ গাৱঁত শিবিৰ স্থাপন

কাকজান নদী, পুঠি নদীৰ প্ৰবল বানত প্লাৱিত টীয়কৰ বিস্তীৰ্ণ অঞ্চল; দ গাৱঁত শিবিৰ স্থাপন

টীয়কৰ কাকজান নদীৰ বাঢ়নী পানীয়ে বুৰালে ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পানীত বুৰ যোৱা বাবে যাতায়তৰ ক্ষেত্ৰত যষ্ঠেষ্ট অসুবিধা সৃষ্টি হৈছে ।কাকজান , দ – গাঁও , দেৱান গাওঁৰ বহু আৱাসিক অঞ্চল বাঢ়নী পানীৰ কৱলত পৰিছে। নিশা পানী দ্ৰুত গতিত বাঢ়ি অহা বাবে SDRF বাঢ়িনীয়ে উদ্ধাৰ অভিযান চলাই

বিহালী বেদেতীবাসীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ সভা সমিতি অনুষ্ঠিত কৰা এক মাত্ৰ অমিয় ভবনত পানীৰে ভৰপুৰ দোষাৰোপ DCC ৰাস্তা নিৰ্মাণকাৰীক সংস্থাক ৰাইজৰ প্ৰতিক্ৰিয়া

বিহালী বেদেতীবাসীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ সভা সমিতি অনুষ্ঠিত কৰা এক মাত্ৰ অমিয় ভবনত পানীৰে ভৰপুৰ দোষাৰোপ DCC ৰাস্তা নিৰ্মাণকাৰীক সংস্থাক ৰাইজৰ প্ৰতিক্ৰিয়া

বিহালী সমষ্টিৰ অন্তৰ্গত বেদেতীবাসীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ তথা বেদেতীত সভা সমিতি অনুষ্ঠিত কৰিব পৰা এক মাত্ৰ সভাকক্ষ বেদেতীৰ অমিয় ভবনত এতিয়া এজাক বৰষুণতে পানী সোমাই বুৰ যায় গৃহকক্ষ। উল্লেখ্য এই ক্ষেত্ৰত বেদেতীৰ সামাজিক অনুষ্ঠান উদ্দীপ্ত চ’ৰাৰ বিষয়া দোষাৰোপ খৰিছে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা DCC ক কাৰণ অপৰিকল্পিত ভাৱে ৰাস্তা

বিশ্বনাথৰ জপৌবাৰীৰ চহিদ মাংৰী ওৰাং মৈদানত আনলা ফেকচন গ্ৰুপ আৰু বিৰছা বিটি গ্ৰুপৰ ফ্লেগ ডাউন কাৰ্যসূচী

বিশ্বনাথৰ জপৌবাৰীৰ চহিদ মাংৰী ওৰাং মৈদানত আনলা ফেকচন গ্ৰুপ আৰু বিৰছা বিটি গ্ৰুপৰ ফ্লেগ ডাউন কাৰ্যসূচী

উত্তৰ পূৰ্বাঞ্চলৰ শান্তি আৰু সমৃদ্ধি অটুট ৰখাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যি লক্ষ্য তাক বাস্তবায়িত কৰাৰ প্ৰয়াস হিচাপে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ কলাক্ষেত্ৰত উপস্থিতিত ১১৮২ গৰাকী আদিবাসী উগ্ৰপন্থীয়ে অস্ত্ৰ সম্বৰণ কৰি মূল পথলৈ উভতি আহে৷এই আদিবাসী উগ্ৰপন্থী সংগঠনৰ বিশ্বনাথ জিলাৰ সদৌ অসম ৰাষ্ট্ৰীয় মুক্তিবাহিনী চমুকৈ আনলা (ভগ্নাংশ গোট)

নগাঁৱত পুনৰ জব্দ হৈছে ড্ৰাগছ..

নগাঁৱত পুনৰ জব্দ হৈছে ড্ৰাগছ..

শুক্ৰবাৰে প্ৰায় তিনি মান বজাত এক গোপন খবৰৰ ভিত্তিত নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে অভিযান চলাইছিল গৰৈমাৰীৰ ভকত গাওঁত। আৰক্ষীয়ে গৰৈমাৰীৰ ভকত গাঁওৰ পৰা ১৪ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ জব্দ কৰাৰ লগতে আটক কৰে বক্কৰ আলি নামৰ এটা সৰবৰাহকাৰীক। হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষী বিষয়া জগদীশ কলিতাৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান।

টীয়ক জাতীয় বিদ্যালয়ৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান,ন্যাস বঁটা প্ৰদান আৰু প্ৰীতি সন্মিলন

টীয়ক জাতীয় বিদ্যালয়ৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান,ন্যাস বঁটা প্ৰদান আৰু প্ৰীতি সন্মিলন

মূখ্য অতিথি হিচাপে অংশগ্ৰহণ যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্ত! টীয়কৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান টীয়ক জাতীয় বিদ্যালয়ত আজি আয়োজিত এক বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান,ন্যাস বঁটা প্ৰদান আৰু প্ৰীতি সন্মিলনত যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্তই মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম স্হান দখল কৰা