🔴 অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে লিখিব পাৰিব পৰীক্ষাৰ্থীয়ে। 🔴৭টা জ’নৰ মুঠ ১৫টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। 🔴৯১৩টা পদৰ বাবে অনুষ্ঠিত হ’ব APSCৰ মূল পৰীক্ষা।
মেষ ৰাশি ফলাফল – Mesh Rashi Prediction in Assamese (Friday, July 7, 2023) প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিক ভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। নতুন বস্তু সমূহত ধ্যান মনোযোগ দিয়ক আৰু আপোনাৰ সকলোতকৈ ভাল বন্ধুৰ সহায়
এতিয়া সকলোৰে পছন্দৰ কেডবেৰী চকলেট নিসিদ্ধ ঘোষণা কৰা হৈছে। ইউ কে বাসীক এই চকলেট একেবাৰে নাখাবলৈ সতৰ্ক কৰি দিয়া হৈছে। একে সময়তে, দোকানীসকলকো এই চকলেট বিক্ৰী নকৰিবলৈ সকীয়াই দিয়া হৈছে। শেহতীয়াকৈ, ইউৰোপীয় খাদ্য সুৰক্ষা কৰ্তৃপক্ষই (ইএফএছএ) বিখ্যাত চকলেট ব্ৰেণ্ডৰ কিছুমান সামগ্ৰীত এক বিপদজনক বেক্টেৰিয়াৰ উপস্থিতি ধৰা পেলাইছিল। য’ত কেডবেৰীৰ নামো
আমি প্ৰায়ে শুনো যে, ঘৰৰ জ্যেষ্ঠসকলে কনিষ্ঠসকলক স্বাস্থ্য ভালে ৰাখিবলৈ ৰাতিপুৱা তিয়াই থোৱা বুট খাবলৈ উপদেশ দিয়ে।কিয়নো তিয়াই থোৱা বুটে আমাৰ স্বাস্থ্য ৰক্ষাত অমৃতৰ দৰে কাম কৰে।হয়, ৰাতিপুৱা খালি পেটত তিয়াই খোৱা বুট বা কেঁচা বুট খাই আপুনি আপোনাৰ আয়ুস বৃদ্ধি কৰি পাৰে।তিয়াই থোৱা বুটেই নহয়, বুট তিয়াই থোৱা পানীখিনিও
ভুল খাদ্যাভ্যাস আৰু জীৱনশৈলীয়েই বহু গুৰুতৰ ৰোগৰ কাৰণ। এই ৰোগবোৰৰ ভিতৰত অধিকাংশ ব্যক্তিকে আগুৰি থকা ৰোগটো হৈছে উচ্চ ৰক্তচাপ। উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ বহু কম বয়সৰ লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।আনহাতে, উচ্চ ৰক্তচাপৰ বাবেই বিশ্বত ‘হাৰ্ট এটেক’ৰ ফলত হোৱা মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।উল্লেখ কৰাৰ প্ৰয়োজন যে উচ্চ