Advertisement

ব্ৰেজা আৰু গেছ চিলিণ্ডাৰ কঢ়িওৱা বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ

ব্ৰেজা আৰু গেছ চিলিণ্ডাৰ কঢ়িওৱা বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ

গোৱালপাৰাত ভয়ংকৰ দুৰ্ঘটনা! ব্ৰেজা আৰু গেছ চিলিণ্ডাৰ কঢ়িওৱা বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ

🔴 দুৰ্ঘটনাত থিতাতে নিহত এহাল দম্পতী, আহত ৩

🔴 গোৱালপাৰাৰ আগিয়াৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা

🔴 নিহত লোকজনৰ নাম পবিত্ৰ পোদ্দাৰ, বৰ্তমানেও জানিব পৰা হোৱা নাই পত্নীৰ নাম

🔴 সংকটজন অৱস্থাত মট্টু চাহা নামৰ এগৰাকী যুৱতী

🔴 গুৱাহাটী-চাপৰ অভিমুখে গৈ আছিল ML05AA1344 ব্ৰেজা বাহনখন

Shahnawaz Hamza

Related