আপোনাৰো আইচক্ৰীম প্ৰিয় নেকি?

আপোনাৰো আইচক্ৰীম প্ৰিয় নেকি?

গ্ৰীষ্মকালত গৰমৰ পৰা সকাহ পাবলৈ বেছিভাগ লোকেই ঠাণ্ডা পানী, চৰবত বা আইচক্ৰীম ৰ খায়। কিন্তু আপুনি জানেনে যে অত্যাধিক আইচক্ৰীম গ্ৰহণে আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে ? হয়, এই দিনকেইটাত অত্যাধিক আইচক্ৰীম খোৱাৰ ফলত আপুনি মেদবহুলতা, ডায়েবেটিচ আৰু হৃদআক্ৰমণত আক্ৰান্ত হ’ব পাৰে। শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে যে আইচক্ৰীম খোৱাটোৱে

গ্ৰীষ্মকালত সুস্থ হৈ থাকিবলৈ পানীয়ৰ প্ৰতি দিয়ক বিশেষ গুৰুত্ব

গ্ৰীষ্মকালত সুস্থ হৈ থাকিবলৈ পানীয়ৰ প্ৰতি দিয়ক বিশেষ গুৰুত্ব

গ্ৰীষ্মকালত পানীৰ অভাৱৰ বাবে শৰীৰত ডিহাইড্ৰেচনৰ সমস্যা হয়। এনে পৰিস্থিতিত শৰীৰটো স্বাস্থ্যৱান কৰি ৰাখিবলৈ পৰ্যাপ্ত পানী খোৱাটো খুবেই জৰুৰী। বিশেষজ্ঞসকলৰ মতে, স্বাভাৱিক পানীত যথেষ্ট পৰিমাণৰ খনিজ পদাৰ্থ আৰু পুষ্টি থাকে, যিয়ে শৰীৰত পুষ্টিৰ অভাৱ পূৰণ কৰে। লেতেৰা পানী খোৱাৰ পৰা বাচি থাকিবলৈ আজিকালি বহুতেই আৰঅ’ ফিল্টাৰযুক্ত পানী খায়।বিশেষজ্ঞসকলৰ মতেও আৰঅ’যুক্ত

বহু গুৰতৰ ৰোগৰ ঔষধ আদা…

বহু গুৰতৰ ৰোগৰ ঔষধ আদা…

ভাৰতীয় লোকৰ প্ৰতিটো পাকঘৰতে ৰন্ধন প্ৰক্ৰিয়াৰ বাবে আদা ব্যৱহাৰ কৰা হয়।আদাত থকা এনজাইমে আমাৰ খাদ্য সঠিকভাৱে হজম কৰা আৰু শৰীৰৰ বিপাক উন্নত কৰাত সহায় কৰে। কেৱল এয়াই নহয়, ই পেটৰ বিষ, পেট ফুলা আৰু এচিডিটিৰ সমস্যাৰ পৰাও সকাহ দিয়ে। আজি আদাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক- চৰ্দি-কাহৰ পৰা সকাহ দিয়ে

মহাদেৱৰ আশীষ লাভৰ বাবে আজিয়ে জানি লওক

মহাদেৱৰ আশীষ লাভৰ বাবে আজিয়ে জানি লওক

শাওন মাহ হিন্দু শাস্ত্ৰত অতি প্ৰবিত্ৰ মাহ। শাওন মাহ মহাদেৱৰ অতিকৈ প্ৰিয় মাহ। ( Religious Studies ) শাওন মাহৰ পৃথিৱীৰ সকলো শিৱ ভক্তৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ মাহ। আমি জীৱনত আগুৱাই যাবলৈ হলে ভগৱানৰ কৃপা লাগে। যিসকলে ভগৱান শিৱৰ ভক্ত,তেওঁলোকে মহাদেৱৰ কৃপা প্ৰাপ্তিৰ বাবে বিভিন্ন নীতি নিয়ম কৰে। মহাদেৱৰ ভক্ত সকলে

মূলসুঁতিলৈ উভতিল : মুখ্যমন্ত্ৰীৰ হাতত ৫ আদিবাসী বিদ্ৰোহী সংগঠনৰ অস্ত্ৰ সম্বৰণ

মূলসুঁতিলৈ উভতিল : মুখ্যমন্ত্ৰীৰ হাতত ৫ আদিবাসী বিদ্ৰোহী সংগঠনৰ অস্ত্ৰ সম্বৰণ

সুদীৰ্ঘ ১৮ বছৰৰ অন্তত সশস্ত্ৰ সংগ্ৰামৰ অন্ত পৰিল আদিবাসী পিপুলছ আৰ্মি (আপা) আদিবাসী বিদ্ৰোহী সংগঠনটোৰ৷ ঐতিহাসিক আদিবাসী শান্তি চুক্তিৰ পিছতেই ঐতিহাসিক সিদ্ধান্ত৷ ঢেকিয়াজুলিৰ ধলগুৰিত আদিবাসী পিপুলছ আৰ্মি সংগঠনৰ অস্থায়ী শিবিৰত ফ্লেগ ডাউন কাৰ্যসূচী। অস্ত্ৰৰে কেতিয়াও সমস্যা সমাধান নহয়৷ আলোচনাইহে সমস্যা সমাধান কৰে৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ঐতিহাসিক পদক্ষেপত সুদীৰ্ঘ ১৮ বছৰ