দেশত তীব্ৰ গতিত বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। একাংশ পাষাণলোকৰ কবলৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধও। ইয়াৰ মাজতে পোহৰলৈ আদালতৰ এক বিশেষ ৰায়দন। ২ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ
সততে বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে বুধবাৰে কোকৰাঝাৰত পুনৰ এক বিতৰ্কিত মন্তব্য কৰে । কোকৰাঝাৰত আজি সংবাদমাধ্যমৰ আগত প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে এটা বিশেষ
লখিমপুৰ বাইপাছৰ বোৱালগুৰিত ভয়ংকৰ দুৰ্ঘটনা। বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা। ট্রাকত খুন্দা মাৰুতি ব্রেজা বাহনৰ। থিতাতে নিহত এগৰাকী যুৱতী। ব্রেজা বাহনখনৰ দুই যুৱকৰ অৱস্থাত সংকটজনক। এই পৰ্যন্ত চিনাক্ত
আজিৰে পৰা আৰম্ভ হ’ব এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট ডুৰাণ্ড কাপ ২০২৩। প্ৰথমবাৰৰ বাবে ১৮৮৮ চনতে আৰম্ভ হোৱা ডুৰাণ্ড কাপ হৈছে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাখনিৰ এইবাৰৰ ১৩২তম সংস্কৰণত
মেষ ৰাশি: সামাজিক প্ৰেক্ষাপটত আত্মীয় আৰু বন্ধুবৰ্গৰ সৈতে আপুনি ভাল সময় অতিবাহিত কৰিব। বন্ধুবৰ্গৰ ওপৰত ধন খৰচ হ’ব আৰু তেওঁলোকৰ পৰা আপোনাৰ লাভও হ’ব। আপুনি ভ্ৰমণলৈ যাব পাৰে। চৰকাৰী কামত