আজি পানীখাইটি ৰেল ষ্টেচনত অচেতন অৱস্থাত উদ্ধাৰ হয় অভিযুক্ত বিমান ৰয়। জানিব পৰা মতে, ৰে’ল আৰক্ষী বাহিনীৰ লোকে তেওঁক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসাৰ বাবে গৌহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। সাংবাদিকক সম্বোধন কৰি জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মাই কয় যে, খাদ্যৰ বিষক্ৰিয়াৰ বাবে অচেতন হৈ পৰিছিল বিমান ৰয়। বৰ্তমান তেওঁৰ পৰিয়ালৰ এজন
৩০ জুলাইত মুকলি হ’ব অসম বিধানসভাৰ নতুন ভৱন লোকসভাৰ অধ্যক্ষই মুকলি কৰিব অসম বিধানসভাৰ নতুন ভৱনটো। ২৫ জুলাইত বিধানসভা চৌহদত ৰোপণ কৰা হ’ব গছপুলি। জনালে বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ।
পিতৃৰ নিৰ্মম অত্যাচাৰৰ বলি এটি চাৰি বছৰীয়া কণমানি। শিশুটিৰ হাত–ভৰি পান্ধি আঙুলিত গজাল সুমুৱাই শাস্তি দিলে পিতৃয়ে। ডিগবৈ হাস্পতাল তিলাৰ বাসিন্দা সন্তোষ দেৱনাথ নামৰ লোকজনে সংঘটিত কৰিলে এই অমানৱীয় ঘটনা। অভিযোগ অনুসৰি, অবৈধ প্ৰেমৰ পৰিণতিত জন্ম হৈছিল এই কণমানিটো। তিনিচুকীয়া শিশু সুৰক্ষা স্থানৰ পৰা পিতৃয়ে নিজা বাস গৃহলৈ নিজে লৈ
🔴 অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে লিখিব পাৰিব পৰীক্ষাৰ্থীয়ে। 🔴৭টা জ’নৰ মুঠ ১৫টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। 🔴৯১৩টা পদৰ বাবে অনুষ্ঠিত হ’ব APSCৰ মূল পৰীক্ষা।
মেষ ৰাশি ফলাফল – Mesh Rashi Prediction in Assamese (Friday, July 7, 2023) প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিক ভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। নতুন বস্তু সমূহত ধ্যান মনোযোগ দিয়ক আৰু আপোনাৰ সকলোতকৈ ভাল বন্ধুৰ সহায়