৩০ জুলাইত মুকলি হ’ব অসম বিধানসভাৰ নতুন ভৱন

৩০ জুলাইত মুকলি হ’ব অসম বিধানসভাৰ নতুন ভৱন

৩০ জুলাইত মুকলি হ’ব অসম বিধানসভাৰ নতুন ভৱন

লোকসভাৰ অধ্যক্ষই মুকলি কৰিব অসম বিধানসভাৰ নতুন ভৱনটো। ২৫ জুলাইত বিধানসভা চৌহদত ৰোপণ কৰা হ’ব গছপুলি। জনালে বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ।

Shahnawaz Hamza