ৰাজ্যত পুনৰ গড় হত্যা!

ৰাজ্যত পুনৰ গড় হত্যা!

ৰাজ্যত গড় হত্যাৰ হোৱা নাই বুলি দাবী কৰাৰ সময়তে পুনৰ পোহৰলৈ আহিল গড় হত্যা। মে’ মাহত হোৱা গড় হত্যা পোহৰলৈ আহিল পলমকৈ। শেহতীয়াকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধনৰ ঘটনা পোহৰলৈ আহিল। চিদাঝাৰ বন শিবিৰৰ ৫০০ মিটাৰ নিলগত উদ্ধাৰ খৰ্গবিহীন গড়ৰ কংকাল বিগত মে’ মাহত চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ

বাছ দুৰ্ঘটনাত ২৬ জন লোকৰ মৃত্যু!

বাছ দুৰ্ঘটনাত ২৬ জন লোকৰ মৃত্যু!

  মহাৰাষ্ট্ৰৰ বুলঢানাৰ সিন্ধখেড়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এখন ব্যক্তিগত বাছত অগ্নিকাণ্ডৰ ঘটনা ঘটে। বাছখনত বহু লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। এতিয়ালৈকে ২৬ জনৰ মৃত্যু হৈছে। বাছখনত যাত্ৰী আছিল প্ৰায় ৩২ জন। আহতসকলক ততাতয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু চিকিৎসালয়ত তেওঁলোকৰ চিকিৎসা চলি আছে।এই দুৰ্ঘটনা বুলঢানাৰ সমৃদ্ধি মহামাৰ্গ এক্সপ্ৰেছৱেত সংঘটিত

বিলাতী সুৰাৰ দাম ৪%ৰ পৰা ২৫%লৈ বৃদ্ধি!

বিলাতী সুৰাৰ দাম ৪%ৰ পৰা ২৫%লৈ বৃদ্ধি!

🔴বৃদ্ধি পালে সুৰাৰ দাম ! কেইবাটাও ব্ৰেণ্ডৰ সুৰাৰ দাম বৃদ্ধি🔴বিলাতী সুৰাৰ দাম ৪%ৰ পৰা ২৫%লৈ বৃদ্ধি🔴পৌৰ এলেকাৰ শ্বপিং ম’লতো সুৰা বিক্ৰীৰ অনুমতি🔴অনুজ্ঞাপত্ৰ থকা প্ৰতিষ্ঠানে বিক্ৰী কৰিব পাৰিব সুৰা🔴নিশা ১১ বজালৈকে খোলা ৰাখিব পাৰিব ম’লসমূহৰ বিপণী