নগাঁৱৰ ৰাইদঙীয়াত “সহোদৰ”ৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক “সহোদৰ শৈক্ষিক বঁটা–২০২৩” প্ৰদান

নগাঁৱৰ ৰাইদঙীয়াত “সহোদৰ”ৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক “সহোদৰ শৈক্ষিক বঁটা–২০২৩” প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,৩০জুন:–নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী ৰাইদঙীয়াৰ অগ্ৰণী সামাজিক সংগঠন “সহোদৰ”ৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক “সহোদৰ শৈক্ষিক বঁটা – ২০২৩”এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৃহস্পতিবাৰে প্ৰদান কৰা হয় । এই উপলক্ষে আইভেটি গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত বৃহত্তৰ ৰাইডঙীয়া অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত শ্ৰেষ্ঠ নম্বৰ প্ৰাপ্ত গৰাকীক এই বঁটা প্ৰদান কৰা হয় । উল্লেখ্য যে এই

বিশ্বনাথ জপৌবাৰাী চহিদ মাংৰী ওৰাং মৈযদানত হুল দিৱস পালন…

বিশ্বনাথ জপৌবাৰাী চহিদ মাংৰী ওৰাং মৈযদানত হুল দিৱস পালন…

  বিশ্বনাথৰ জপৌবাৰীস্থিত চহিদ মাংৰী ওৰাং মৈয়দানত বিশ্বনাথ আদিবাসী সমাজে হুল দিৱস পালন কৰে ৷১৮৫৫ চনৰ পৰা এই হুল দিৱস ৩০ জুন তাৰিখে পালন কৰে ৷এই হুল দিৱস বৃটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা আদিবাসীসকলৰ শৌৰ্য্য গাথাঁ আৰু বলিদানক স্মৰণ কৰা হয়৷বৃটিছৰ বিৰুদ্ধে ভগদেশ গাৱঁৰ সিধু মুৰ্মু আৰু কানু মুৰ্মুৰ নেতৃত্বত

নগাঁৱত নিশা উত্তপ্ত পৰিস্থিতি…

নগাঁৱত নিশা উত্তপ্ত পৰিস্থিতি…

  এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি নগাঁও চহৰৰ নতুন বজাৰত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷ ৩৭ নং পুৰণি ৰাষ্ট্ৰীয় ঘাইপথৰে অতি দ্ৰুতগতিত অহা AS 23K 4407 নম্বৰৰ এখন বিলাসী বাহনে নতুন বজাৰৰ পথৰ কাষত ৰখাই থোৱা দুখন বাহনত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে ৷ পিছত এই

নগাঁৱৰ ছলচলিৰ গুলীচালনাৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ আন এক অভিযুক্তক…

নগাঁৱৰ ছলচলিৰ গুলীচালনাৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ আন এক অভিযুক্তক…

নগাঁৱৰ ছলচলিৰ গুলীচালনাৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ আন এক অভিযুক্তক। গ্ৰেপ্তাৰ হাম এক গ্রুপৰ অধ্যক্ষ হাইদৰ আলী। হাইদৰ আলীৰ বিৰুদ্ধে উত্থাপন হৈছিল গুলীচালনাত জড়িত থকাৰ অভিযোগ। সোমবাৰে নিশা নগাঁৱৰ ছলচলিত সংঘটিত হৈছিল এই ঘটনা। সোমবাৰে নিশাই গ্ৰেপ্তাৰ হৈছিল হাইদৰ ভাতৃ ইনামূল হাছান। শুক্ৰবাৰে আদালতত হাজিৰ কৰি হাইদৰ আলীক পুনৰ

‘শ্ৰী ৰঘুপতি’ৰ ক্লিপ আপলোড কৰি আৰক্ষীৰ জালত অভয়াপুৰীৰ যুৱক

‘শ্ৰী ৰঘুপতি’ৰ ক্লিপ আপলোড কৰি আৰক্ষীৰ জালত অভয়াপুৰীৰ যুৱক

‘শ্ৰী ৰঘুপতি’ৰ ক্লিপ আপলোড কৰি আৰক্ষীৰ জালত অভয়াপুৰীৰ যুৱক। বঙাইগাঁও আৰক্ষীয়ে আটক কৰে সৃজনগ্ৰামৰ ২নং চিল্ল্যাপাৰাৰ আচিফ আলী নামৰ যুৱকজনক। ৰবি শৰ্মাৰ অনুৰোধ স্বত্বেও ডিলিট কৰা নাছিল ভিডিঅ’সমূহ।