গুৱাহাটী মহানগৰীৰ মাজমজিয়াত পুনৰ ৰাজপথৰ গাঁতত পৰি মৃত্যু এজন মেধাবী ছাত্ৰৰ সৌৰভ দাস নামৰ ছাত্ৰজন পথৰ গাঁতত পৰি আহত হৈছিল গুৰুতৰভাৱে। দেওবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতি লয় মেধাবী ছাত্ৰজনে। ১৪
আতংকিত মিজোৰামৰ মেইটেই সম্প্ৰদায় । মিজোৰাম এৰি অসমৰ শিলচৰত উপস্থিত ৪০ গৰাকী মেইটেই । ৪০ গৰাকী মনিপুৰী মেইটেইক নিৰাপত্তা প্ৰদানৰ কাছাৰ জিলা প্ৰশাসনৰ ।
অবৈধভাবে ধন সংগ্রহৰ অভিযোগত পুনৰ বৰ্খাস্ত হ’ল আন এজন দুৰ্নীতিপৰায়ণ কনিষ্টবল 🔴 অবৈধভাৱে ধন সংগ্রহৰ অভিযোগত বৰ্খাস্ত হয় শ্বাহ আলমক নামৰ কনিষ্টবলজন। 🔴 বঙাইগাঁৱৰ মাণিকপুৰত তালাচীৰ নামত ধন সংগ্রহ কৰিছিল
দেওবাৰে ৰূপনগৰত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ। যুৱতীগৰাকী মণিপুৰৰ যুৱতী বুলি জানিব পৰা গৈছে। মৃত যুৱতীগৰাকীৰ নাম ৰেবিকা থাওডাম। চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ। ৰূপনগৰত ভাৰাতীয়া হিচাপে
ৰাজ্যখনে শাসন ব্যৱস্থাৰ দক্ষতা বৃদ্ধিৰ বাবে ই-অফিচ আৰু অন্যান্য ই-ম’ডৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কৰ্মচাৰী বিভাগে জাৰি কৰা পত্ৰ অনুসৰি অসম চৰকাৰৰ সকলো বিভাগতে পদ