ৰাহুল গান্ধীৰ ভ্রমণৰ মাজতে পুনৰ হিংসাত্মক ঘটনাক সৃষ্টি হৈছে মণিপুৰত

ৰাহুল গান্ধীৰ ভ্রমণৰ মাজতে পুনৰ হিংসাত্মক ঘটনাক সৃষ্টি হৈছে মণিপুৰত

পূব ইম্ফলত বিদ্রোহীৰে গুলীয়াগুলীত আহত হয় ৬ জনকৈ লোকৰ । আনহাতে এই ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। চেনজেম চিৰামত সংঘটিত হৈছে এই ঘটনা। উল্লেখ্য যে, বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কিছু সময় পূৰ্বে মণিপুৰত কংগ্ৰেছ নেতাগৰাকী উপস্থিত হৈছিল যদিও পুনৰ হিংসাই গা

নেৰানেপেৰা বৰষুণৰ ফলত বকোৰ লাম্পীত ভয়ংকৰ ভূমিস্খলন

নেৰানেপেৰা বৰষুণৰ ফলত বকোৰ লাম্পীত ভয়ংকৰ ভূমিস্খলন

নেৰানেপেৰা বৰষুণৰ ফলত বকোৰ লাম্পীত ভয়ংকৰ ভূমিস্খলন 🔷 পথৰ গাৰ্ডৱাল খহি বন্ধ লাম্পী সংযোগী পথ। 🔷বকোৰ কম্পাডলী লংটুৰি পাহাৰৰ মাজত সংঘটিত হৈছে এই ভূমিস্খলন। 🔷ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰিছে কেইবাখনো বাহন।

পৱিত্ৰ ঈদৰ দিনাই মক্কাত শেষ নিশ্বাস ত্যাগ লখিমপুৰৰ ছফিক আহমেদৰ

পৱিত্ৰ ঈদৰ দিনাই মক্কাত শেষ নিশ্বাস ত্যাগ লখিমপুৰৰ ছফিক আহমেদৰ

পৱিত্ৰ ঈদৰ দিনাই মক্কাত শেষ নিশ্বাস ত্যাগ লখিমপুৰৰ ছফিক আহমেদৰ 🔴 পবিত্ৰ ঈদৰ দিনাই মক্কাত মৃত্যু অসমৰ এগৰাকী হজ যাত্ৰীৰ।🔴 মৃত হজ যাত্ৰীগৰাকী লখিমপুৰ কেহুতলিৰ ছফিক আহমেদ (৬৬)।🔴 মক্কাৰ আৰফাৰ ময়দানত মৃত্যু অৱসৰপ্ৰাপ্ত শিক্ষক ছফিক আহমেদৰ।

গুৰুতৰভাৱে অসুস্থ গায়িকা মেডোনা

গুৰুতৰভাৱে অসুস্থ গায়িকা মেডোনা

বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে কেইবাদিনো ধৰি নিউয়ৰ্ক চহৰৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে গায়িকাগৰাকী। গায়িকাগৰাকীৰ মেনেজাৰ গাই ওজাৰীয়ে প্ৰকাশ কৰা অনুসৰি মেডোনাৰ অৱস্থা পূৰ্বতকৈ ভাল হৈছে যদিও সম্পূৰ্ণ সুস্থ হ’বলৈ সময় লাগিব। বুধবাৰে মেডোনাৰ দীৰ্ঘকালৰ মেনেজাৰ গাই ওজাৰীয়ে ইনষ্টাগ্ৰামত গায়িকাগৰাকীৰ অসুস্থতাৰ বিষয়ে এক বিবৃতি প্ৰকাশ কৰে। বিবৃতিটোত তেওঁ লিখিছে, ‘২৪ জুনত

মুখ্যমন্ত্ৰীৰ সভাত মানিব লাগিব এই ৬টা বিশেষ নিৰ্দেশনা

মুখ্যমন্ত্ৰীৰ সভাত মানিব লাগিব এই ৬টা বিশেষ নিৰ্দেশনা

🔷 ৰাজ্যৰ উপায়ুক্তসকললৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ বিশেষ নিৰ্দেশনা। 🔷 মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে অনুষ্ঠান আয়োজকে আৰম্ভ কৰিব লাগিব বন্তি প্ৰজ্বলন অনুষ্ঠান। 🔷 মুখ্যমন্ত্ৰীক গামোচা, ফুল আদিৰে সম্বৰ্ধনা বন্ধ কৰাৰ নিৰ্দেশ। ঘোষক বা ঘোষিকাৰ বাহিৰে কোনেও আগবঢ়াব নোৱাৰিব শলাগৰ শৰাই। 🔷 য’ত মুখ্যমন্ত্ৰীয়ে নিশা বাহৰ পাতে, ইয়াৰ দ্বিতীয় দিনৰ অনুষ্ঠান বৃক্ষ