বুধবাৰে নগাঁৱৰ কলংপাৰ বিদ্যাপীঠত আয়োজন কৰা হয় এখনি স্মৃতিচাৰণ সভা।

বুধবাৰে নগাঁৱৰ কলংপাৰ বিদ্যাপীঠত আয়োজন কৰা হয় এখনি স্মৃতিচাৰণ সভা।

নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকর্মী হৰেশ্বৰ দেৱ গোস্বামীৰ পৱিত্ৰ সোৱৰণত অনুষ্ঠিত কৰা হয় স্মৃতিচাৰণ সভা খন।   অসমৰ প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱাই সভাপতিত্ব কৰে স্মৃতিচাৰণ সভাখনিৰ।   উক্ত সভাখনত হৰেশ্বৰ দেৱ গোস্বামীক মৃত্যুৰ সময়ত সহায় কৰা মঃ হজৰত আলিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মানৱ আৰু মনৱতাক ভাল পোৱা মঃ

বুধবাৰে নগাঁও চহৰৰ মাজমজিয়াত মুকলি কৰা হয় এখন অত্যাধুনিক ৰেষ্টুৰেণ্ট।

বুধবাৰে নগাঁও চহৰৰ মাজমজিয়াত মুকলি কৰা হয় এখন অত্যাধুনিক ৰেষ্টুৰেণ্ট।

বুধবাৰে নগাঁও চহৰৰ মাজমজিয়াত মুকলি কৰা হয় এখন অত্যাধুনিক ৰেষ্টুৰেণ্ট।   মুকলি হোৱা ৰেষ্টুৰেণ্ট খনৰ নাম টেষ্ট অফ টাউন।   অত্যাধুনিক ৰেষ্টুৰেণ্ট খন বুধবাৰে মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।   টেষ্ট অফ টাউন নামৰ ৰেষ্টুৰেণ্ট খনৰ স্বত্বাধিকাৰী হীৰক বৰায়ে কয় যে ৰেষ্টুৰেণ্ট খন নিৰ্মান হওঁতে প্ৰায় ১

যোৰহাট জিলা দিৱস উপলক্ষত টীয়কৰ নৱনিৰ্মিত চূড়ামণি পানী যোগান আঁচনিৰ মুকলি কৰিলে সাংসদ তপন কুমাৰ গগৈয়ে   l

যোৰহাট জিলা দিৱস উপলক্ষত টীয়কৰ নৱনিৰ্মিত চূড়ামণি পানী যোগান আঁচনিৰ মুকলি কৰিলে সাংসদ তপন কুমাৰ গগৈয়ে l

১৯৮৩ চনৰ এক জুলাইত যোৰহাটক জিলা ঘোষণা কৰা হৈছিল। সেই লৈ যোৰহাট জিলা প্ৰশাসনে আজিৰ পৰা তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে যোৰহাট জিলা দিৱস উদযাপন কৰিছে।আজি প্ৰথম দিনাৰ বিভিন্ন বিশেষ কাৰ্যসূচীসমূহৰ ভিতৰত টীয়ক সমষ্টিৰ অন্তৰ্গত বামুণপুখুৰী পঞ্চায়তত যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগে জলজীৱন আঁচনিত নিৰ্মাণ কৰা চূড়ামণি নতুন পানী যোগান আঁচনিৰ শুভ উদ্বোধন

নাজিৰাত ঈদৰ সমূহীয়া নামাজ

নাজিৰাত ঈদৰ সমূহীয়া নামাজ

আজি সমগ্ৰ বিশ্বৰ লগতে ইচলাম ধৰ্মীয় লোকসকলে নাজিৰাত পালন কৰে পবিত্ৰ ঈদ-উল-আজহাৰ। নাজিৰাৰ চাৰিআলি ঈদগাহ ময়দানত নাজিৰাৰ কেইবাটাও জামাতৰ পৰা আহি ইচলাম ধৰ্মীয় লোকসকলে সমূহীয়াকৈ পবিত্ৰ ঈদ-উল-আজহাৰ নামাজ পঢ়ে। এই পবিত্ৰ ঈদ-উল-আজহাৰ নামাজত চাৰি সহস্ৰাধিক ইচলাম ধৰ্মীয় লোকে অংশগ্ৰহণ কৰে।ভাতৃত্ববোধ-বিশ্ব শান্তিৰ বাবে দোৱা কৰা নামাজত ইমামতিত্ব কৰে মৌলানা চহিদুল ইচলাম

শুক্ৰবাৰৰ পৰা নগাঁৱৰ হাতীচোঙত তিনি দিনীয়াকৈ বিষ্ণু বিগ্ৰহ প্ৰতিষ্ঠা-মহা বিষ্ণু যজ্ঞ

শুক্ৰবাৰৰ পৰা নগাঁৱৰ হাতীচোঙত তিনি দিনীয়াকৈ বিষ্ণু বিগ্ৰহ প্ৰতিষ্ঠা-মহা বিষ্ণু যজ্ঞ

নিউজ ব্যুৰ’,নগাঁও,২৯জুন :- আধ্যাত্মিকসত্ত্বাৰ আত্মা স্বৰূপ বৈদিক সনাতন ধৰ্মৰ নীতি আৰু আদৰ্শক সাৰোগত কৰি স্থাপন হোৱা নগাঁও জিলাৰ কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজ,হাতীচোঙৰ বৈদিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত হাতীচোঙৰ সঞ্জীৱনী সংস্কৃত টোল প্ৰাংগণত অহা ৩০জুনৰ পৰা বিষ্ণু বিগ্ৰহ ভাগ প্ৰতিষ্ঠা কৰা হ’ব । তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিগ্ৰহ ভাগ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি