নিউজ ব্যুৰ’,নগাঁও,২৯জুন:–“অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি,প্ৰাক্তন অধ্যক্ষ,অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য,শিক্ষাবিদ হৰেশ্বৰ গোস্বামী নগাঁৱৰ সমাজ জীৱনৰ চিৰপুৰোধা ব্যক্তি । তেওঁ আছিল সততা আৰু প্ৰজ্ঞাৰ প্ৰতীক। জীৱিত কালত সহস্ৰজনৰ মাজতো নক্ষত্ৰৰ উজ্বলি থকা হৰেশ্বৰ গোস্বামী প্ৰকৃতাৰ্থত মহান শিক্ষাব্ৰতী আছিল।”—বুধবাৰে হৰেশ্বৰ গোস্বামীৰ ২৬ সংখ্যক স্মৃতি দিৱসৰ অনুষ্ঠানত “অসমীয়া ভাষাৰ ভৱিষ্যৎ আৰু নতুন
স্বাস্থ্য বিষয়া ডঃ ছাহাদ উল্লাহৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আশা কৰ্মী আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই Story : গেলেকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আশা কৰ্মীৰ ভাষ্য অনুসৰি লক্ষ্মীজান চাহ বাগিচাৰ এগৰাকী প্ৰসূতি মহিলাক যোৱাকালি স্বাস্থ্য কেন্দ্ৰটিত ভৰ্তি কৰোৱা হৈছিল। মহিলা গৰাকীক ভৰ্তি কৰোৱা পিছত মহিলা গৰাকীৰ চিকিৎসা কৰি
আজি পবিত্ৰ ঈদ উল্ল জহা । সমগ্ৰ বিশ্ব লগতে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মালম্বী লোকসকলে উদযাপন কৰিলে পবিত্র ঈদ । প্ৰতিকূল বতৰকো নেওচি ঈদগাহ মৈদাম , মহজিদত আডাই কৰিলে নামাজ ।
গোসাঁইগাওঁৰ হাৰাপুটা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন ২৪ বছৰীয়া যুৱক। যুৱকজন দুই নং বুঢ়ীচাটামগাৱৰ স্থানীয় বাসিন্দা আজিজুৰ আলিৰ পুত্ৰ মফেজ উদ্দীন বুলি চিনাক্তকৰণ কৰা হৈছে। যুৱক জনে As-19 -J 6270 নম্বৰযুক্ত মটৰ চাইকেল দি নিজা গৃহৰ পৰা গোসাঁইগাওঁ অভিমুখে যোৱাৰ পথত হাৰাপুটা জিও প্ৰেট্ৰল পাম্পৰ
The people from Islamic faith across various places of Assam celebrated Eid-al-Adha with much fanfare on Thursday. They joined hands in prayer and festivities to mark this significant Islamic festival. The day began with devotees flocking to mosques, wearing their finest attire and expressing their heartfelt gratitude to the Almighty.