২০২৫ চনত ৩ ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব সফলতা!

২০২৫ চনত ৩ ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব সফলতা!

গ্ৰহৰ শাসকে বুধে ২০২৫ চনত নিজৰ ৰাশি সলনি কৰিব। যাৰ ফলত জাতক-জাতিকাৰ জীৱনত এক বৃহৎ উন্নতি হ’ব। ২০২৫ত কেইবাটাও প্ৰধান গ্ৰহৰ ৰাশি সলনি হ’বলৈ ওলাইছে, ইয়াৰে এটা হৈছে বুধ, যিয়ে ২০২৫ চনৰ প্ৰথম সপ্তাহত বৃহস্পতিৰ ধনু ৰাশিত প্ৰৱেশ কৰিবলৈ ওলাইছে। ইয়াৰ ফলত ৩টা ৰাশিৰ জাতক-জাতিকাৰ জীৱনত সুখ-সমৃদ্ধিৰ লগতে প্ৰচুৰ টকা-পইচা

দুগৰাকী পত্নী আছেই, তাৰ পিছতো অন্য মহিলাৰে প্ৰেম! মহানগৰীৰ মাজ-মজিয়াত প্ৰেয়সীক প্ৰাণ লোৱাৰ চেষ্টা মাতাল প্ৰেমিকৰ!

দুগৰাকী পত্নী আছেই, তাৰ পিছতো অন্য মহিলাৰে প্ৰেম! মহানগৰীৰ মাজ-মজিয়াত প্ৰেয়সীক প্ৰাণ লোৱাৰ চেষ্টা মাতাল প্ৰেমিকৰ!

সন্ধিয়া তেতিয়া প্ৰায় ৭.৩০ বাজিছে। মহানগৰীৰ গণেশগুৰিত ব্যাপক ভিৰ। বছৰৰ শেষৰটো দেওবাৰ। বজাৰলৈ ওলাই আহিছিল সকলো। তাৰ মাজতে হঠাৎ চিঞৰ-বাখৰ লাগিল। এগৰাকী মহিলাই চিঞৰি চিঞৰি কান্দি কান্দি ক’লে ‘মোক বচাওক। মোক মাৰি পেলাব এতিয়া। দা লৈ মোক কাটিবলৈ আহিছে।’ মহিলাগৰাকী দৌৰি গৈ সোমাল দিছপুৰ থানাত। পৰিস্থিতি বিষম দেখি সেই স্থানৰ

গুৱাহাটীৰ লোমহৰ্ষক ঘটনা: বিবাহিত ভূপেনৰ সৈতে মৌচুমীৰ আছিল দুবছৰৰ প্ৰেমৰ সম্পৰ্ক…

গুৱাহাটীৰ লোমহৰ্ষক ঘটনা: বিবাহিত ভূপেনৰ সৈতে মৌচুমীৰ আছিল দুবছৰৰ প্ৰেমৰ সম্পৰ্ক…

গুৱাহাটীৰ লাষ্টগে’টৰ ছুৰিকাঘাতৰ ঘটনাৰ ইটোৰ পিছত সিটো নতুন তথ্য পোহৰলৈ আহিছে। মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক ছুৰীৰে আক্ৰমণ কৰি হত্যা কৰাৰ পিছত ঘাতক ভূপেন দাসে চোকা অস্ত্ৰৰে নিজকো শেষ কৰাৰ চেষ্টা চলায়। বৰ্তমান জিএমচিএইচত চিকিৎসাধীন ভূপেন দাস। ইতিমধ্যে মৃত্যু হৈছে মৌচুমী গগৈ নামৰ যুৱতীগৰাকীৰ। খবৰ অনুসৰি, ঘাতক ভূপেনৰ সৈতে দুবছৰ ধৰি

গুৱাহাটীত যুৱতীক ছুৰিকাঘাত কৰি হত্যা কৰা যুৱকক চিনাক্ত, লোমহৰ্ষক ঘটনা সংঘটিত কৰি নিজকে শেষ কৰাৰ চেষ্টা যুৱকজনৰ…

গুৱাহাটীত যুৱতীক ছুৰিকাঘাত কৰি হত্যা কৰা যুৱকক চিনাক্ত, লোমহৰ্ষক ঘটনা সংঘটিত কৰি নিজকে শেষ কৰাৰ চেষ্টা যুৱকজনৰ…

গুৱাহাটীত যুৱতীক ছুৰিকাঘাত কৰা যুৱকক চিনাক্ত। ৰাজপথতে যুৱতীক ছুৰীৰে আক্ৰমণ চলোৱা যুৱকজনৰ নাম ভূপেন দাস। ভূপেন দাসৰ ঘৰ নলবাৰীত। মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক ছুৰিকাঘাত কৰাৰ পিছত চোকা অস্ত্ৰৰে নিজকে শেষ কৰাৰ চেষ্টা চলায় যুৱকজনে। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সামাজিক মাধ্যমযোগে জনোৱা অনুসৰি, যুৱতীগৰাকীক ছুৰিকাঘাত কৰাৰ পিছতে চোকা অস্ত্ৰৰে নিজকে

গুৱাহাটীৰ লাষ্টগে’টত কোনে ছুৰি মাৰিলে যুৱতীক? প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ…

গুৱাহাটীৰ লাষ্টগে’টত কোনে ছুৰি মাৰিলে যুৱতীক? প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ…

মহানগৰীৰ ৰাজপথত যুৱতীক ছুৰিকাঘাত। দিন দুপৰতে ৰাজপথত ছুৰিৰে আক্ৰমণ এগৰাকী যুৱতীক। মহানগৰীৰ লাষ্টগে’টৰ নাহৰনি পথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। নাহৰনি পথৰ ১৪নং ঘৰৰ সন্মুখতে সংঘটিত হয় এই ঘটনা। ৰেপিড’ৰ বাবে ৰৈ থকাৰ সময়তে যুৱতীগৰাকীক আক্ৰমণ কৰে দুৰ্বৃত্তই। এখন ছুইফ্ট ডিজায়াৰ বাহনত আহিছিল যুৱতীগৰাকী। ছুৰিৰে আক্ৰমণ কৰিয়ে বাহনখনেৰে পলায়ন কৰে