২৪ জুলাইত ৰাজ্যসভাৰ ১০ খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন

২৪ জুলাইত ৰাজ্যসভাৰ ১০ খন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন

আজি এই নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। দেশৰ তিনি ৰাজ্য ক্ৰমে- বংগ, গুজৰাট আৰু গোৱাৰ ১০ খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। এই ১০ আসনৰে বংগত সৰ্বাধিক ৬ খনআসন আছে। আনহাতে গুজৰাটত তিনিখন আসন আৰু গোৱাত এখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। আয়োগে লগতে একেদিনাই ভোটগণনা কৰা হ’ব

ব্ৰহ্ম দেৱক মন্দিৰত কিয় পূজা কৰা নহয় ?

ব্ৰহ্ম দেৱক মন্দিৰত কিয় পূজা কৰা নহয় ?

কোনে নাজানে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ, এই ত্ৰিমূৰ্তিৰ কথা। এফালে ব্রহ্মজীক য’ত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বুলি গণ্য কৰা হয়, আনফালে ভগৱান বিষ্ণুক জগতৰ ৰক্ষক বুলি গণ্য কৰা হয়। এই ত্ৰিত্বৰ ভিতৰত ভগৱান বিষ্ণু আৰু ভগৱান শিৱক সমগ্ৰ বিশ্বতে পূজা কৰা হয়, কিন্তু ব্ৰহ্ম জীক পৃথিৱীৰ ক’তো পূজা কৰা নহয়। কিয় জানেনে?

গুৱাহাটীত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে

গুৱাহাটীত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে

গুৱাহাটীত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে। মঙলবাৰে নিশাই কামাখ্যাত উপস্থিত হয় অভিনেত্ৰীগৰাকী।

সেনাত যোগদান কৰিব ভোজপুৰী তাৰকা ৰবি কিষাণৰ কন্যাই

সেনাত যোগদান কৰিব ভোজপুৰী তাৰকা ৰবি কিষাণৰ কন্যাই

ভোজপুৰীৰ ছুপাৰষ্টাৰ তথা বিজেপি সাংসদ ৰবি কিষানৰ ২১ বছৰীয়া কন্যা ইশিতা শুক্লাই অতি শীঘ্ৰে ভাৰতীয় সেনাত যোগদান কৰিবলৈ ওলাইছে। এই খবৰ শুনি অভিনেতাগৰাকীৰ অনুৰাগীসকল আনন্দিত হৈ পৰে আৰু ছ’চিয়েল মিডিয়াত অভিনেতাগৰাকীক অভিনন্দন জনোৱা দেখা যায়। অগ্নিপথ আঁচনিৰ অধীনত ইশিতাই যোগদান কৰিব সেনাত দৰাচলতে চেলিব্ৰিটি ফটোগ্ৰাফাৰ ভেৰিন্দৰ চাওলাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষা প্ৰত্যাহাৰ

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষা প্ৰত্যাহাৰ

অসমীয়া ভাষাৰ ওপৰত আন এক আঘাত ! বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা বিতাৰিত কৰা হ’ল অসমীয়া ভাষা। এতিয়াৰে পৰা বিশ্ববিদ্যালয়খনৰ স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে অসমীয়া ভাষাত নোৱাৰিব লিখিব। দিব নোৱাৰিব পৰীক্ষা। শেহতীয়াকৈ অসমীয়া ভাষাৰ ওপৰত ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাতে এটাৰ পাছত আন এটাকৈ আক্ৰমণ চলি থকাৰ পাছত এইবাৰ কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ে অসমীয়া ভাষা প্ৰত্যাহাৰ