👉 ৰঙিয়াৰ হীৰাগাতাত অগ্নিকাণ্ড । 👉 হীৰাগাতা চাৰি চকত সংঘটিত হয় এই অগ্নিকাণ্ড । 👉 বিদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে । 👉 অগ্নিকাণ্ডত জাহ গল কেবা লাখ টকাৰ ধান আৰু সৰিয়হ। 👉 অগ্নিকাণ্ডৰ ফলত জাহ যায় এটা মৰণা মৰা যন্ত্ৰ,দুটাকৈ ঘৰ আৰু
মৰিগাঁও বিধানসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ দাবীত মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘটত বহিল ১০ টাকৈ তিৱা জাতীয় সংগঠনৰ। ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত মধ্য অসমৰ মৰিগাঁৱত সোচ্ছাৰ হৈ পৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনসমূহ। বিশেষকৈ মধ্য অসমৰ তিৱা অধ্যুষিত এলেকাসমূহৰ ভিতৰত
সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই মৰিগাওঁত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত মাননীয় চেট্ৰী কমিচনৰ পৰামৰ্শৱলী ভিত্তিত মহামহিম উচ্চতম ন্যায়ালৰ wp(C) 1022/89 গোচৰৰ 7/10/2009 তাৰিখৰ হুকুম সম্পূৰ্ণ ভাৱে কাৰ্যকৰি নকৰাৰ সন্দৰ্ভত আজি ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাটো জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই অৱস্থান
সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বানত দিনযোৰা কাৰ্যসূচীৰে সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে। আজি নাজিৰা মহকুমাৰ ন্যায়িক দণ্ডাধীশ আদালতৰ সম্মুখীন চৰকাৰলৈ কেইবা দফীয়া দাবী জনায় সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ বিষয়ববীয়া সকলে কৰ্মবিৰতি পালন কৰে।তেওঁলোকৰ দাবী সমূহ Bench clerk grade প্ৰথম, দ্বিতীয়, তৃতীয় বৰ্গৰ পদ আজিলৈকে সৃষ্টি
Assam State Karate Championship ৰ নেতৃত্বত গুৱাহাটী সৰুসজাইত অনুষ্ঠিত হোৱা North East Karate Federation Of India ত পাৰদৰ্শিতাৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হল মায়াশ্ৰা ফাৰজানা নামৰ এগৰাকী কণমানীয়ে । আশিহাৰা কেৰাটে ক্লাৱত প্ৰশিক্ষণ প্ৰাপ্ত মায়াশ্ৰা ফাৰজানাই পূৰ্বতেও IGF NATIONAL GAMES কে আদি কৰি বহু কেইটা প্ৰতিযোগিতাত কেইবাটাও পদক অৰ্জন