Advertisement

North East State Karate Federation Of India নিজৰ পাৰদৰ্শিতাৰে উজ্জ্বলি উঠিল নাজিৰাৰ সন্তান

North East State Karate Federation Of India নিজৰ পাৰদৰ্শিতাৰে উজ্জ্বলি উঠিল নাজিৰাৰ সন্তান



Assam State Karate Championship ৰ নেতৃত্বত গুৱাহাটী সৰুসজাইত অনুষ্ঠিত হোৱা North East Karate Federation Of India ত পাৰদৰ্শিতাৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হল মায়াশ্ৰা ফাৰজানা নামৰ এগৰাকী কণমানীয়ে । আশিহাৰা কেৰাটে ক্লাৱত প্ৰশিক্ষণ প্ৰাপ্ত মায়াশ্ৰা ফাৰজানাই পূৰ্বতেও IGF NATIONAL GAMES কে আদি কৰি বহু কেইটা প্ৰতিযোগিতাত কেইবাটাও পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । প্ৰশিক্ষক কুটুবুদ্দিন আহমেদৰ নেতৃত্বত পৰিচালিত আশিহাৰা কেৰাটে ক্লাবৰ পৰা পূৰ্বতেও কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত হোৱা কেৰাটে প্ৰতিযোগিতাত বিভিন্ন পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

Shahnawaz Hamza