মঙ্গলদৈত শোকাৱহ পথ দুৰ্ঘটনা; নিহত এজন; আহত এজন…

মঙ্গলদৈত শোকাৱহ পথ দুৰ্ঘটনা; নিহত এজন; আহত এজন…

মঙ্গলদৈৰ নিকতৱৰ্তী খাৰখোৱা ধাবাৰ সমিপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন কন্টেনাৰ বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষত বাইক আৰোহী জন ঠিতাতে নিহত হয়।আহত যুৱক জনৰ নাম ৰেকিউল আলি।নিহত যুৱক জন ৰেকিউলৰ সম্পৰ্কীয় ভায়েক।নিহত যুৱক জন আউলাচৌকাৰ সৰু থেকেৰা বাৰী গাঁৱৰ কুছমত আলিৰ পুত্ৰ বাহাৰুল ইছলাম (২৬) বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য

তীব্ৰবেগী বেলেনো বাহনৰ খুন্দাত প্ৰাণ গ’ল পথচাৰীৰ!

তীব্ৰবেগী বেলেনো বাহনৰ খুন্দাত প্ৰাণ গ’ল পথচাৰীৰ!

তীব্ৰবেগী বেলেনো বাহনৰ খুন্দাত প্ৰাণ গ’ল পথচাৰীৰ! 📌 নিহত লোকজন বিলাসীপাৰাৰ চিৰাকুটা ১ম খণ্ড গাঁৱৰ আব্দুল হামিদ। 📌 ধুবুৰীৰ পৰা চাপৰ অভিমুখী আছিল AS 19R 9403A নম্বৰৰ বেলেনো বাহনখন। 📌 দুৰ্ঘটনা সংঘটিত কৰি বাহন এৰি পলায়ন চালকজনৰ। 📌বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।

টীয়ক নদীৰ বাঢ়নী পানীত বুৰিল টীয়কৰ বিস্তীৰ্ণ অঞ্চল

টীয়ক নদীৰ বাঢ়নী পানীত বুৰিল টীয়কৰ বিস্তীৰ্ণ অঞ্চল

সমগ্ৰ ৰাজ্যতে বানৰ বিভীষিকাৰ মাজতে আজি টীয়ক নদীৰ বাঢ়নী পানীয়ে এক বিস্তৃত অঞ্চল বুৰাই পেলাইছে।টীয়কৰ হালোৱাপথাৰ আৰু খনিকৰ বাগিচাত টীয়ক নদীৰ বাঢ়নী পানীয়ে ভাঙিলে মথাউৰীৰ দুটা অংশত।যাৰ ফলত হঠাৎ অহা বাঢ়নী পানীত বলমা পথাৰ, পলাশবাৰী, কাঞ্চন চাপৰি, জামুগুৰি আদি বিস্তৃৰ্ণ অঞ্চল প্লাবিত হৈ পৰিছে। ইতিমধ্যে জিলা প্ৰশাসনৰ হৈ টীয়ক ৰাজহ

নগাঁৱৰ এ ডি পি মহাবিদ্যালয়ত “এজন মানৱতাবাদী আৰু ৰাষ্ট্ৰীয়তাবাদী হিচাপে শ্ৰীমন্ত শংকৰদেৱ” শীৰ্ষক বক্তৃতা অনুষ্ঠান সম্পন্ন

নগাঁৱৰ এ ডি পি মহাবিদ্যালয়ত “এজন মানৱতাবাদী আৰু ৰাষ্ট্ৰীয়তাবাদী হিচাপে শ্ৰীমন্ত শংকৰদেৱ” শীৰ্ষক বক্তৃতা অনুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২৬জুন:–নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগত আৰু ভাৰতীয় ইতিহাস সংকলন সমিতিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত সোমবাৰে “এজন মানৱতাবাদী আৰু ৰাষ্ট্ৰীয়তাবাদী হিচাপে শ্ৰীমন্ত শংকৰদেৱ” বিষয়ত এলানি বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈ যায় । অনুষ্ঠানটিৰ আৰম্ভণিতে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ নগাঁও জিলা সমিতিৰ সভাপতি ড° দিলীপ শৰ্মাই

কেন্দ্ৰীয় চৰকাৰৰ নতুন বিদ্যুৎ বিল নীতি; দিনত কমিব, ৰাতি বাঢ়িব বিদ্যুৎ মাচুল

কেন্দ্ৰীয় চৰকাৰৰ নতুন বিদ্যুৎ বিল নীতি; দিনত কমিব, ৰাতি বাঢ়িব বিদ্যুৎ মাচুল

কেন্দ্ৰীয় চৰকাৰৰ নতুন বিদ্যুৎ বিল নীতি। বিদ্যুৎ (উপভোক্তাৰ অধিকাৰ) বিল ২০২০ৰ সংশোধনী। দিনত কমিব, ৰাতি বাঢ়িব বিদ্যুৎ মাচুল। দিনত ২০% কমিব বিদ্যুৎ মাচুল। নিশা অতিৰিক্ত ২০% বাঢ়িব বিদ্যুৎ মাচুলৰ। সৌৰশক্তি বৃদ্ধিৰ লক্ষ্যৰে এই ব্যৱস্থা। দিনত বিদ্যুৎ যোগান দিয়া হ’ব সৌৰশক্তিৰ প্ৰকল্পৰ পৰা। সৌৰশক্তিৰ খৰচ ক’ম বাবে বিদ্যুৎ মাচুলো হ’ব কম।