বৰ্তমান দৌৰা-দৌৰি সময়, ব্যস্ত জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যৰ বাবে মানুহ প্ৰায়ে মূৰৰ বিষ বা অন্য বিষত ভোগে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে পেইন কিলাৰ ব্যৱহাৰ কৰে। এনে ঔষধ সেৱন কৰি তাৎক্ষণিক ফল লাভ কৰে যদিও এই পেইনকিলাৰ খাই থকাটো বৰ বিপদজনক। শৰীৰত যিকোনো ধৰণৰ সৰু সমস্যা হ’লে বেছিভাগ মানুহেই পেইন কিলাৰ
জমা কৰা নিজৰ প্ৰাপ্য ধন বিচাৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অৰ্ধশতাধিক পুৰুষ – মহিলাৰ। গোঁসাইগাওঁ মহকুমাৰ অন্তৰ্গত মাকটাইগাওঁ, বাজুগাওঁ আৰু হাউৰীয়াপেট গাওঁৰ ৰাইজ আৰু ক্ষুদ্ৰ ব্যৱসায়ী সকলে বহুমুখী মুখি সমবায় সমিতিৰ এজেন্ট শুনীল বৰ্মনৰ ওচৰত প্ৰতিদিনে, আৰু প্ৰতি মাহে মাহে জমা কৰিছিল কষ্টেৰে উপাৰ্জন কৰা ধন । পান তামোল, চাহ, শিপিনী
এটা আমৰ বজাৰ মূল্য কিমান হব পাৰে আপুনি ধাৰণা কৰিব পাৰেনে? দেখাত সাধাৰণ আম যেন লাগিলেও এই আমৰসমূহৰ বজাৰ মূল্য শুনিলে আপোনাৰ চকু কপালত উঠিব। হয় ঠিকেই ধৰিছে। কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ অক্সিগুড়ি গাওঁৰ নিবাসী ম: শাফিনুৰুল মিয়া নিজ গৃহ প্ৰাংগণত বিভিন্ন দেশৰ প্ৰায় শতাধিক প্ৰজাতিৰ আমৰ পুলি ৰোপণ কৰিছে।
সন্ধানহীন ছাত্ৰজন অভয়াপুৰী দেওহাটীৰ ৰিদিপ ৰায়। সপ্তম শ্ৰেণীৰ ছাত্র জনে দিনত এজন বন্ধুৰ সৈতে গা ধুৱলৈ গৈছিল কুজিয়া নৈত। গা ধুই থকা অৱস্থাত নৈৰ সোতত দুয়ো ডুব যায় । নৈৰ পাৰত থকা স্থানীয় লগে লগে বন্ধু জনক উদ্ধাৰ কৰে যদিও ৰিদিপ ৰায়ক পানীৰ সোতে উটুৱাই লৈ যায়। ইতিমধ্যে সন্ধানহীন ছাত্ৰ
নাজিৰা বৰবৰুৱা পঞ্চায়তৰ অধীনৰ চকীমুখত সংঘটিত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ । এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।ৰাইজৰ অভিযোগ অনুসৰি নাজিৰাৰ বৰবৰুৱা পঞ্চায়তৰ অধীনৰ এনৰেগা আঁচনিৰ অধীনত নিৰ্মীয়মান এটা পথক লৈ এই ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। নাজিৰা বৰবৰুৱা পঞ্চায়তৰ এনৰেগা আঁচনিৰ অধীনত ১,২৯,০০০০ টকাৰ আবণ্টনেৰে নিৰ্মাণ কৰা এটা এটা পথত এই