মহানগৰীত দুখন বাহনসহ ৫ টাকৈ গৰু জব্দ…

মহানগৰীত দুখন বাহনসহ ৫ টাকৈ গৰু জব্দ…

ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ। এইবাৰ মহানগৰীত আৰক্ষীয়ে জব্দ কৰিলে গৰু ভৰ্তি দুখনকৈ বাহন। নুনমাটী আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি দুখন বাহন। দুয়োখন বাহনত আনিছিল ৫ টাকৈ গৰু। জানিব পৰা মতে গৰু কেইটা জাগীৰোডৰ পৰা নুনমাটিলৈ সৰবৰাহ কৰা হৈছিল। নুনমাটী আৰক্ষীয়ে জব্দ কৰা বাহন দুখনৰ নম্বৰ ক্ৰমে- AS25 EC2547,

খোল খালে মা কামাখ্যাৰ দুৱাৰ…

খোল খালে মা কামাখ্যাৰ দুৱাৰ…

অৱশেষত ভক্তৰ বাবে মুকলি হ’ল মা কামাখ্যাৰ দুৱাৰ। অম্বুবাচী উপলক্ষে ২৩ জুনৰ পুৱতি নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত আছিল প্ৰবৃত্তি। সেই উপলক্ষে বন্ধ হৈছিল হৈছিল মা কামাখ্যাৰ দুৱাৰ। আৰু আজি মা কামাখ্যাৰ মহা নিবৃত্তি। সেই উপলক্ষে পুৱা ৫ বজাতেই ভক্তৰ বাবে মুকলি হ’ল দুৱাৰ। মহা অম্বুবাচী উপলক্ষে নীলাচল

নেমু টেঙা কিয় খাব লাগে ?

নেমু টেঙা কিয় খাব লাগে ?

নেমু টেঙাত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট ফ্লেভোনয়েড সমৃদ্ধ। সেই বাবে কোষসমূহ ক্ষতিসাধন ‘হোৱাৰ পৰা ৰক্ষা কৰে। শৰীৰৰ কোষসমূহ সুৰক্ষিত হৈ নাথাকিলে অংগ-প্রত্যংগসমূহে স্বাভাৱিকভাৱে কার্য সম্পাদন কৰিব নোৱাৰে। শৰীৰত সৃষ্টি হোৱা ফ্ৰীৰেডিকেল সমূহে এই কোষসমূহ ধ্বংস কৰাৰ ফলত বিভিন্ন সমস্যাই গা কৰি উঠে। এইবোৰৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নিয়মীয়াকৈ নেমু খাব

ধূমপান ত্যাগ কৰাৰ কেইটমান সহজ উপায়…

ধূমপান ত্যাগ কৰাৰ কেইটমান সহজ উপায়…

প্ৰতি বছৰে বিশ্বৰ কোটি কোটি লোকৰ জীৱনলৈ বিপদ নমাই অনা চিগাৰেটে কৰি অহা প্ৰত্যক্ষ তথা পৰোক্ষ ক্ষতিৰ বিষয়ে আমি প্ৰায় সকলোৱে জানো যদিও  বহুতে চিগাৰেট সেৱনৰ বদ অভ্যাস সহজে ত্যাগ কৰিব নোৱাৰে। চিগাৰেট সেৱনৰ ফলত হাওঁফাওঁৰ কেন্সাৰ, হৃদৰোগ, ষ্ট্ৰ’ক, এজমাকে ধৰি বিভিন্ন ৰোগ হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ধঁপাতৰ

আপোনাৰো হৈছে নেকি ৰক্তচাপ আৰু মূৰৰ বিষ !

আপোনাৰো হৈছে নেকি ৰক্তচাপ আৰু মূৰৰ বিষ !

হৃদযন্ত্ৰৰ ধমনী বা আর্টাৰিৰ বেৰৰ সংকোচন-প্ৰসাৰৰ এটা নিৰ্দিষ্ট ছন্দ থাকে। নির্দিষ্ট মাত্ৰাৰে এই ছন্দ চলি থাকে বাবে বিষয়টোক লৈ বিশেষ গুৰুত্ব প্ৰদান কৰা নহয়। এই প্ৰক্ৰিয়াত যদি ব্যাঘাত জন্মে তেতিয়া ধমনীৰ মাজত থকা বিষ গ্ৰাহকসমূহ উদ্দীপ্ত হয়। এই উদ্দীপনা কেন্দ্ৰীয় মস্তিষ্কই লাভ কৰে। ফলত ধমনীৰ মাজত ৰক্তচাপ বৃদ্ধিৰ লগে লগে