নগাঁৱৰ গোপীনাথ দেৱ গোস্বামী মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভা

নগাঁৱৰ গোপীনাথ দেৱ গোস্বামী মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভা

নগাঁৱৰ গোপীনাথ দেৱ গোস্বামী মহাবিদ্যালয়ত শনিবাৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ এখনি গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।এই সন্মিলন খনে মহাবিদ্যালয়ৰ খনৰ উন্নতিৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ হাতত লৈছে। নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ বৰ্তমানৰ সভাপতি ৰূপক শৰ্মাই এই ক্ষেত্ৰত বহু সহায় সহযোগিতা আগবঢ়াইছে বুলি জানিবলৈ দিয়ে মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে ।

নগাঁৱৰ মধুপুৰত ড্ৰাগছ,বাল্য বিবাহ আৰু কু সংস্কাৰৰ বিৰূদ্ধে সজাগতা ৰেলী

নগাঁৱৰ মধুপুৰত ড্ৰাগছ,বাল্য বিবাহ আৰু কু সংস্কাৰৰ বিৰূদ্ধে সজাগতা ৰেলী

    নিউজ ব্যুৰ’,নগাঁও,২৪জুন:–নগাঁও জিলাৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ডাকৰঘাট গাঁও পঞ্চায়তৰ উদ্যোগত আৰু নগঞা সচেতন ৰাইজৰ সহযোগত ড্ৰাগছ,বাল্যবিবাহ আৰু কু-সংস্কাৰৰ বিৰূদ্ধে নগাঁও চহৰৰ সমীপৰ মধুপুৰ অঞ্চলত এক শনিবাৰে সজাগতামূলক ৰেলী উলিওৱা হয় । উক্ত ৰেলীত অংশগ্ৰহণ কৰা সকলোৱে হাতে-হাতে প্লে-কাৰ্ড লৈ ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন সজাগতামূলক শ্ল’গান দি ৰাইজক ড্ৰাগছৰ

নগাঁৱৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে তিনি বছৰৰ পাছতো লাভ কৰা নাই পেঞ্চন

নগাঁৱৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে তিনি বছৰৰ পাছতো লাভ কৰা নাই পেঞ্চন

নিউজ বুৰ’,নগাঁও,২৪জুন:–ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে অৱসৰৰ শেষৰ দিনটোতে সকলো যাবতীয় নথি-পত্ৰৰ সৈতে পেঞ্চনৰ সময়ত পাবলগীয়া সকলো টকা-পইচাৰ নিৰ্দেশনা আদি লাভ কৰিব বুলি স’ততে চৰকাৰীভাৱে ঢাক-ঢোল বজাই থাকিলেও বৰ্তমানে তেনে নিৰ্দেশনা প্ৰহসনতহে পৰিণত হৈছে নগাঁও জিলাৰ এজন অৱসপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত । জিলাখনৰ মৰিকলং নিবাসী এইগৰাকী চৰকাৰী কৰ্মচাৰীয়ে নিজৰ চাকৰি জীৱনৰ নিজৰেই

বিশ্বনাথৰ জপৌবাৰী চহিদ মাংৰী ওৰাং মৈদানত ৰাণী দূৰ্গাৱতী মাৰাৱীৰ ৪৫৯ তম বলিদান দিৱস পালন

বিশ্বনাথৰ জপৌবাৰী চহিদ মাংৰী ওৰাং মৈদানত ৰাণী দূৰ্গাৱতী মাৰাৱীৰ ৪৫৯ তম বলিদান দিৱস পালন

বিশ্বনাথৰ জপৌবাৰী চহিদ মাংৰী ওৰাং মৈদানত ৰাণী দূৰ্গাৱতী মাৰাৱীৰ ৪৫৯ তম বলিদান দিৱস পালন৷ আজি বিশ্বনাথ জিলা আদিবাসী সমাজে ৰাণী দূৰ্গাৱতী মাৰৱীৰ ৪৫৯ তম বলিদান দিৱস পালন কৰে৷ ৰাণী দূৰ্গাৱতীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰাদ্ধঞ্জলি জ্ঞাপন কৰাৰ পিছতে ৰাণী দূৰ্গাৱতীয়ে নিজৰ দেশৰ বাবি ২বাৰকৈ মোগলক পৰাস্ত

বিহালী গাংমৌথান গাওঁৰক্ষী বাহিনীৰ উদ্যোগত বাহবাঁৰী প্ৰাথমিক বিদ্যালয়ত বণ্যপ্ৰাণী সুৰক্ষাৰ সজাগতা সভা ।

বিহালী গাংমৌথান গাওঁৰক্ষী বাহিনীৰ উদ্যোগত বাহবাঁৰী প্ৰাথমিক বিদ্যালয়ত বণ্যপ্ৰাণী সুৰক্ষাৰ সজাগতা সভা ।

আজি বিহালী গাংমৌথান গাওঁৰক্ষী বাহিনীৰ উদ্যোগত বাহবাঁৰী গাওঁবাসীৰ সহযোগত বাহবাঁৰী প্ৰাথমিক বিদ্যালয়ত বানপানীৰ সময়ত বণ্যপ্ৰাণী সমূহ কিদৰে সুৰক্ষাৰ দিব লাগে তাৰ উপৰত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।সভাত সভাপতিত্ব কৰে সেই অঞ্চলৰে জ্যেষ্ঠ ব্যক্তি চিত্ৰ দাসে। উদ্দেশ্য ব্যাখ্যা কৰে গাওঁৰক্ষী বাহিনীৰ সম্পাদকে,এই সভাত উপস্থিত থাকি বক্তব্য আগবঢ়ায় বৰগাং বনাঞ্চলিক বিষয়া