বিশ্বনাথৰ জপৌবাৰী চহিদ মাংৰী ওৰাং মৈদানত ৰাণী দূৰ্গাৱতী মাৰাৱীৰ ৪৫৯ তম বলিদান দিৱস পালন

বিশ্বনাথৰ জপৌবাৰী চহিদ মাংৰী ওৰাং মৈদানত ৰাণী দূৰ্গাৱতী মাৰাৱীৰ ৪৫৯ তম বলিদান দিৱস পালন

বিশ্বনাথৰ জপৌবাৰী চহিদ মাংৰী ওৰাং মৈদানত ৰাণী দূৰ্গাৱতী মাৰাৱীৰ ৪৫৯ তম বলিদান দিৱস পালন৷ আজি বিশ্বনাথ জিলা আদিবাসী সমাজে ৰাণী দূৰ্গাৱতী মাৰৱীৰ ৪৫৯ তম বলিদান দিৱস পালন কৰে৷ ৰাণী দূৰ্গাৱতীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰাদ্ধঞ্জলি জ্ঞাপন কৰাৰ পিছতে ৰাণী দূৰ্গাৱতীয়ে নিজৰ দেশৰ বাবি ২বাৰকৈ মোগলক পৰাস্ত কৰি ছিল আৰু তৃতীয় বাৰ মোগলৰ লগত যুদ্ধ কৰি আত্ম বলিদান দিয়ি ৷ আজিৰ এই দিনটোত মোগলৰ লগত যুদ্ধ কৰি মৃত্যু হৈছিল সেয়ে আজিৰ দিনটো আত্ম বলিদান দিৱস হিচাপে পালন কৰা হয় ৷ আজি বিশ্বনাথৰ আদিবাসী সমাজে এই দিবস পালন কৰি ৰাণী দূৰ্গাৱতী মাৰাবীৰ বীৰত্বৰ বিষয়ে ৰাইজক অৱগত কৰে ৷উক্ত অনুষ্ঠানত বিশ্বনাথৰ গণ্ড সমাজৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়বীয়া সকল আৰু আদিবাসী সমাজৰ আইকণ লক্ষ্মী ওৰা,আদিবাসী সমাজৰ টাইগাৰ খ্যাত ৰাজেন ওৰাং আৰু বহকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

বিশ্বনাথৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট

Shahnawaz Hamza

Related