ডিব্ৰুগড় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ

ডিব্ৰুগড় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ

এই সন্দৰ্ভত এনএমচিয়ে ই-মেইল যোগে পৃথকে প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰ আজি লাভ কৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই। বুধবাৰে সন্ধিয়া সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণৰ বাবে চিকিৎসা মহাবিদ্যালয়

বহু লোক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰি দুই-তিনি ঘণ্টাজুৰি ট্ৰেফিক পুলিচৰ ভূমিকা ল’লে ই-ৰিক্সা চালক জয়ন্ত‌ই

বহু লোক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰি দুই-তিনি ঘণ্টাজুৰি ট্ৰেফিক পুলিচৰ ভূমিকা ল’লে ই-ৰিক্সা চালক জয়ন্ত‌ই

শিলচৰৰ একমাত্ৰ অভাৰব্ৰীজখনেই হৈছে শতবৰ্ষ পুৰণি তাৰাপুৰৰ অভাৰব্ৰীজ। এই অভাৰব্ৰীজখনত আজি এটা প্ৰকাণ্ড ফাট মেলা পৰিলক্ষিত হয়। আজি পুৱা প্ৰায় দহ বজাত অভাৰব্ৰীজখনত ফাট মেলাৰ দৃশ্য প্ৰত্যক্ষ কৰে এজন ই-ৰিক্সাচালকে। চালকজনৰ নাম জয়ন্ত দেৱ। ঘৰ তাৰাপুৰ গুণমণি ৰোডত। অভাৰব্ৰীজখনেৰে ই ৰিক্সা চলাই যোৱাৰ সময়েই তেওঁ ফাটটো দেখা পাই তাৰাপুৰ আৰক্ষী

তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰৰ মৃত্যু

তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰৰ মৃত্যু

🔴 শুই থকা অৱস্থাত হোষ্টেলৰ বিছনাত বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ মৃত্যু।🔴 ছাত্ৰজন তিনিচুকীয়াৰ ডুমডুমাৰ নিলোৎপল গগৈ।🔴 নিলোৎপল M.Sc ENVIRONMENTAL SCIENCE ৰ FINEL YEAR ৰ ছাত্ৰ আছিল।🔴 শৰাইঘাট চি ভি ৰমন হোষ্টেলত আছিল ছাত্ৰজন।

৫০০ মিটাৰ দ খাৱৈত বাগৰি পৰিল মন্দিৰ দৰ্শনৰ বাবে যোৱা তীৰ্থযাত্ৰীৰ বলেৰো গাড়ী, নিহত ৯জন

৫০০ মিটাৰ দ খাৱৈত বাগৰি পৰিল মন্দিৰ দৰ্শনৰ বাবে যোৱা তীৰ্থযাত্ৰীৰ বলেৰো গাড়ী, নিহত ৯জন

বৃহস্পতিবাৰে পুৱা উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত প্ৰায় ৫০০ মিটাৰ দ খাৱৈত এখন বলেৰো বাহন বাগৰি পৰি ৯ জন লোকৰ মৃত্যু হয়। গাড়ীখনত আৰু ৩ জন লোক আছিল আৰু তেওঁলোকক উদ্ধাৰ অভিযান চলি আছে। খাদটো অতি দ আৰু দুৰ্গম হোৱাৰ বাবে উদ্ধাৰ অভিযানত সমস্যা হৈছে। পিথোৰাগড় দুৰ্যোগ সাহায্য বিভাগে জনাইছে যে বলেৰ’

মহানগৰীৰ পৰা সন্ধানহীন মহিলা! সন্ধান লাভ কৰিলে যোগাযোগ কৰক নিকটৱৰ্তী আৰক্ষী থানাত!

মহানগৰীৰ পৰা সন্ধানহীন মহিলা! সন্ধান লাভ কৰিলে যোগাযোগ কৰক নিকটৱৰ্তী আৰক্ষী থানাত!

মহানগৰীৰ পৰা সন্ধানহীন এগৰাকী মহিলা। সন্ধান লাভ কৰিলে যোগাযোগ কৰক নিকটৱৰ্তী আৰক্ষী থানাত। ফোন নম্বৰ– 7662030440, 9476523380।