বাঁহে ৰক্ষা কৰিব ভৰলুৰ গার্ডৱাল, মোৰ বিশ্বাস আছে’ : অশোক সিংঘাল
ঘোষণা কৰা হ’ল জেইই-এডভান্সডৰ ফলাফল । এইবেলি হায়দাবাদ জোনৰ ভাভিলালা চিডবিলাস ৰেড্ডীয়ে আইআইটি প্ৰৱেশ পৰীক্ষা JEE-Advancedত শীর্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। পৰীক্ষা অনুষ্ঠিত কৰা আইআইটি গুৱাহাটীৰ মতে ৰেড্ডীয়ে ৩৬০ নম্বৰৰ ভিতৰত ৩৪১ নম্বৰ লাভ কৰিছে। আইআইটি হায়দৰাবাদৰ নায়কান্তি নাগা ভৱ্য শ্রী ২৯৮ নম্বৰৰেৰে ছাত্ৰীৰ ভিতৰত শীর্ষ স্থানত আছে। উল্লেখ্য
ৰাজ্য কঁপাই যোৱা জোনালী নাথ হত্যাকাণ্ডৰ লগত জড়িত আন এজনক আজি জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ গ্ৰেপ্তাৰ কৰা লোকজনৰ নৰম আজিবৰ ৰহমান৷ উল্লেখ্য, ঘটনাৰ পিছদিনাই জোনালী নাথ হত্যাকাণ্ডৰ মূল অপৰাধী হাছানুৰ ইছলামক জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত প্ৰতিদিনেই আৰক্ষীয়ে উদ্ঘাটন কৰিছে ন ন তথ্য৷ ইতিমধ্যে হত্যাকাৰী হাছানুৰৰ গৃহৰ
Assam Don Bosco University has become one of the Institutes in Assam approved by the Pharmacy Council of India (PCI) to offer Pharmacy programmes – with 60 seats each in Bachelor of Pharmacy (B.Pharm) and Diploma in Pharmacy (D.Pharm). Commenting on this approval from PCI, the Head of the Institute
কথাতেই কয়, নাৰীৰ শুৱনি হেনো চুলি। প্ৰতিগৰাকী মহিলাই তেওঁৰ চুলিখিনি দীঘল,ডাঠ তথা ধুনীয়া হোৱাটো বিচাৰে।তেওঁলোকে নিজৰ চুলিখিনি ধুনীয়া কৰি ৰাখিবলৈ বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ নামী-দামী প্ৰসাধন ব্যৱহাৰ কৰে।কিন্তু এইসমূহত থকা ৰাসায়নিক পদাৰ্থই চুলিখিনি নষ্টহে কৰি পেলায়। এনে পৰিস্থিতিত আপুনি চুলিত কিছুমান ঘৰুৱা সামগ্ৰী প্ৰয়োগ কৰিব পাৰে, যিয়ে চুলিক প্ৰাকৃতিক বিকাশত