নগাঁৱৰ কামপুৰত মহাপুৰুষৰ নামত নামাংকিত ফলক মছিলে দুস্কৃতিকাৰীয়ে

নগাঁৱৰ কামপুৰত মহাপুৰুষৰ নামত নামাংকিত ফলক মছিলে দুস্কৃতিকাৰীয়ে

নিউজ ব্যুৰ’,নগাঁও,১৬জুন:–নগাঁও জিলাৰ কামপুৰ পৌৰ সভাৰ ২নং ৱাৰ্ডৰ এটা পথৰ ফলকৰ পৰা মহাপুৰুষ মাধৱদেৱৰ নাম মছি পেলাই কোনো দুষ্কৃতিকাৰীয়ে । এই কাৰ্যক তীব্ৰ গৰিহণা দি শুক্ৰবাৰে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে কেইদিনমান পূৰ্বে কামপুুৰত কামপুৰ পৌৰসভাৰ ২নং মহলাৰ এন ই চি অফিচলৈ যোৱা পথটো মহাপুৰুষ মাধৱদেৱৰ

নিশাৰ ভাগত গুৱাহাটী – উত্তৰ গুৱাহাটী ফেৰী চলাচলত নিষেধাজ্ঞা!

নিশাৰ ভাগত গুৱাহাটী – উত্তৰ গুৱাহাটী ফেৰী চলাচলত নিষেধাজ্ঞা!

📌উদ্বেজনকভাৱে বৃদ্ধি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ📌নিশাৰ ভাগত ফেৰী চলাচলত নিষেধাজ্ঞা📌৬.৩০ বজাৰ পিছত চলাব নোৱাৰিব ফেৰী📌আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নিৰ্দেশনা📌বিকল্প বাছসেৱাৰ বাবে ASTCক আহ্বান

লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত গুলীচালনা!

লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত গুলীচালনা!

⭕ পুনৰ অৰুণাচলী দুৰ্বৃত্তই চলালে ধাৰাষাৰ গুলী ⭕ অসমৰ বন বিষয়া-আৰক্ষীলৈ গুলীচালনা অৰুণাচলী দুৰ্বৃত্তৰ ⭕ DSP দেৱেন বৰা,লখিমপুৰৰ DFO,চিলনীবাৰীৰ I/C থকা অৱস্থাতে গুলী বর্ষণ

নগাঁৱৰ দৃষ্টিহীন মহিলা খেলুৱৈ চিমু দাসৰ ভাৰতীয় দলত খেলাৰ সুযোগ লাভ!

নগাঁৱৰ দৃষ্টিহীন মহিলা খেলুৱৈ চিমু দাসৰ ভাৰতীয় দলত খেলাৰ সুযোগ লাভ!

– ইণ্টাৰনেচনেল ব্লাইণ্ড স্প’ৰ্টছ ফেডাৰেচনৰ বিশ্ব ক্ৰিকেট প্ৰতিযোগিতাত অসমৰ নগাঁৱৰ কঠীয়াতলিৰ দৃষ্টিহীন মহিলা খেলুৱৈ চিমু দাসৰ ভাৰতীয় দলত খেলাৰ সুযোগ লাভ। – অহা ১৮ আগষ্টৰ পৰা ২৭ আগষ্টলৈ ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হ’ব এই ইণ্টাৰনেচনেল ব্লাইণ্ড স্প’ৰ্টছ ফেডাৰেচনৰ বিশ্ব ক্ৰিকেট প্ৰতিযোগিতা।