ডিঙিৰ বিষত ভুগিলে এইখিনি কৰক

ডিঙিৰ বিষত ভুগিলে এইখিনি কৰক

বিভিন্ন কাৰণত ডিঙিৰ বিষত ভুগিব লগা হয়৷ কণ্ঠস্বৰৰ প্ৰয়োগ বেছিকৈ হয় বাবে সাধাৰণতে ঠাণ্ডা বতাহৰ প্ৰভাৱ ডিঙিত বেছিকৈ পৰে৷ এই ঠাণ্ডা লগাৰ বাবে কাহ-চৰ্দিৰ লগতে ডিঙিৰ বিষত প্ৰায়েই ভুগিব লগা হয়৷ ধূলি-বালিৰ বাবেও বহু সময়ত ডিঙিৰ বিষ হ’ব পাৰে৷ যাৰ ফলত কেতিয়াবা মাত ভগাৰ দৰে সমস্যাৰ সৃষ্টি হয়৷ বিশেষকৈ শুকান

এইবিধ ফুল-পাতৰ ব্যৱহাৰে চুলি ভালে ৰাখে

এইবিধ ফুল-পাতৰ ব্যৱহাৰে চুলি ভালে ৰাখে

চুলিক লৈ প্ৰায়ভাগ লোকেই সচেতন৷ অকালতে চুলি পকিলে বা চুলি সৰিবলৈ ধৰিলে বিভিন্নজনে ভিন ভিন হেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰে৷ কিন্তু, জানি আচৰিত হ’ব যে সকলোৰে পৰিচিত জবা ফুল চুলিৰ বাবে উপকাৰী৷ জবা ফুলৰ লগতে ইয়াৰ পাত ব্যৱহাৰ কৰি চুলি সৰা আৰু অকালতে চুলি পকা বন্ধ কৰিব পৰা যায়৷ জবা ফুল

খোজ কঢ়া বন্ধ নকৰিব!

খোজ কঢ়া বন্ধ নকৰিব!

নিতৌ খোজ কাঢ়িলে শৰীৰ সুস্থ থাকে৷ সেয়ে যিমান পৰা যায় সিমান খোজ কাঢ়িব লাগে৷ খোজ কাঢ়িলে দেহৰ পেশীসমূহ সু-গঠিত হয়, শৰীৰৰ অংগ-প্ৰত্যংগসমূহ সুৰক্ষিত থাকে৷ মানসিক চাপ হ্ৰাস কৰে খোজ কঢ়া অভ্যাসে৷ সেয়ে নিতৌ পুৱা খোজ কঢ়া অভ্যাস কৰক৷ পুৱা খোজ কঢ়া বা প্ৰাতঃভ্ৰমণ কৰাৰ অভ্যাসে আৰু কিছুমান উপকাৰ কৰে৷ উল্লেখ

ভগৱান শিৱক এনেদৰে পূজা-অৰ্চনা কৰক আপোনাৰ মনোবাঞ্ছা পূৰণ হ’ব

ভগৱান শিৱক এনেদৰে পূজা-অৰ্চনা কৰক আপোনাৰ মনোবাঞ্ছা পূৰণ হ’ব

সচাঁ মন আৰু কোমল মনোভাৱেৰে পূজা কৰিলে বৰদান‌ পোৱা যায় । কোৱা হয় যে যিকোনো ভক্তই শাওনত আন্তৰিক হৃদয়েৰে ভগৱান শিৱক পূজা কৰে, তেওঁ লোকে মনেভৰা বৰদান লাভ কৰে আৰু অভয়, অক্ষয় আৰু ধনৰ বৰষুণ পায়। কিন্তু যদি অসাৱধানতাৰে ভগৱান শংকৰক পূজা কৰা হয়, তেন্তে পৰৱৰ্তী জন্মত এটা দানৱ ৰূপত

শুক্ৰবাৰে লক্ষ্মী মহামন্ত্ৰ জপ কৰক আপোনাৰ ঘৰত ঐচৰ্য্য ধন-সম্পত্তি,সুখ লাভ কৰিব

শুক্ৰবাৰে লক্ষ্মী মহামন্ত্ৰ জপ কৰক আপোনাৰ ঘৰত ঐচৰ্য্য ধন-সম্পত্তি,সুখ লাভ কৰিব

দেৱী লক্ষ্মী, শক্তিৰ এটা দিশ বা নাৰী শক্তি হৈছে এগৰাকী শ্ৰদ্ধাৰ হিন্দু দেৱী, যিয়ে ধন-সম্পত্তি আৰু সমৃদ্ধিৰ শাসন কৰে। বিভিন্ন দেৱতাৰ বাবে উৎসৰ্গিত কেইবাটাও মন্ত্ৰ আছে আৰু প্ৰত্যেকৰে নিৰ্দিষ্ট অৰ্থ, উদ্দেশ্য আৰু শক্তি আছে। পৰম ভক্তি আৰু বিশ্বাসেৰে জপ কৰিলে মন্ত্ৰবোৰে আমাৰ লক্ষ্যত উপনীত হোৱাত আৰু ব্যৱসায়ত লাভান্বিত কৰাত সহায়