নিউজ ব্যুৰ’,নগাঁও,১৫জুন:–নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ সমীপৰ ব্ৰাহ্মণগাঁও চাৰিআলিৰ নিৱাসী চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক,অসমৰ এগৰাকী বিশিষ্ট নাট্যশিল্পী,ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথম স্নাতক তথা সমাজকৰ্মী নেত্ৰকমল বৰঠাকুৰৰ বৃহস্পতিবাৰে পুৱা নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি হয় । পৰিয়ালৰ সূত্ৰই জনোৱা মতে বৃহস্পতিবাৰে ৰাতিপুৱা হঠাৎ অশীতিপৰ নাট্যযোদ্ধাগৰাকী অসুস্থ হৈ পৰাত
টীয়কৰ প্ৰতিবেদক ১৫ জুন /২৩ মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আজি কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত টীয়ক সমষ্টিৰ জনসাধাৰণৰ বাবে অহা ”আয়ুষ্মান অসম” কাৰ্ডৰ শুভৰাম্ভনি কৰে টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া ।এই লৈ চিকিৎসা কেন্দ্ৰটোত আয়োজিত বহুমুখী স্বাস্থ্য কৰ্মী কেশৱানন্দ বৰাই আঁত ধৰা সভাত যোৰহাট জিলা অতিৰিক্ত মুখ্য
ভুল খাদ্যাভ্যাস আৰু জীৱনশৈলীয়েই বহু গুৰুতৰ ৰোগৰ কাৰণ। এই ৰোগবোৰৰ ভিতৰত অধিকাংশ ব্যক্তিকে আগুৰি থকা ৰোগটো হৈছে উচ্চ ৰক্তচাপ। উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ বহু কম বয়সৰ লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।আনহাতে, উচ্চ ৰক্তচাপৰ বাবেই বিশ্বত ‘হাৰ্ট এটেক’ৰ ফলত হোৱা মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।উল্লেখ কৰাৰ প্ৰয়োজন যে উচ্চ
সাম্প্ৰতিক সময়ত যিকোনো বয়সৰ লোক হৃদৰোগৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায়৷ ব্যস্ত জীৱনযাত্ৰাত অনিয়মীয়া খাদ্যাভাস, টোপনিৰ অভাৱ, মানসিক অৱসাদ তথা কামৰ হেঁচাৰ বাবে বিভিন্নজন লোক হৃদৰোগত আক্ৰান্ত হয়৷ হৃদৰোগত আক্ৰান্ত হ’লে সাধাৰণতে শ্বাসকষ্ট, অত্যধিক ঘাম ওলোৱা অথবা বুকুত বিষ অনুভৱ হয়৷ বিশেষকৈ যিসকলে ইতিমধ্যে উচ্ছ ৰক্তচাপ, ডায়েবেটিছ নাইবা কলেষ্টেৰ’লৰ সমস্যাত
আমাৰ জীৱনশৈলীত এনে কিছুমান অভ্যাস আছে, যিয়ে আমাক ‘ডায়েবেটিচ’ৰ দৰে ৰোগত ভুগিবলৈ বাধ্য কৰায়। যদি আপুনি ডায়েবেটিচৰ পৰা নিজকে বচাই ৰাখিবলৈ বিচাৰে, তেন্তে কিছুমান অভ্যাস আপোনাৰ জীৱনশৈলীৰ পৰা বাদ দিব লাগিব।প্ৰকৃততে, আপুনি কৰা ভুলৰ ফলতেই ৰক্ত শৰ্কৰাৰ স্তৰ উচ্চ হয়। আজি এই বিষয়ে জানো আহক- প্ৰতিদিনে দৈ খোৱা দৈক আমাৰ