ৰাষ্ট্ৰীয় জুনিয়ৰ আৰু চাব-জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত স্বৰ্ণ জয় ভাস্বতী গগৈৰ

ৰাষ্ট্ৰীয় জুনিয়ৰ আৰু চাব-জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত স্বৰ্ণ জয় ভাস্বতী গগৈৰ

ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্যৰ ধ্বজা উৰুৱাবলৈ সক্ষম হ’ল লাহোৱালৰ ভাস্বতী গগৈয়ে । সৰ্বভাৰতীয় পৰ্যায়ৰ ভাৰত্তোলন প্ৰতিযোগিতাত লাহোৱালৰ ভাস্বতী গগৈয়ে ৰেৰ্কড গঢ়িবলৈ সক্ষম হ’ল । ঝাৰখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় চাবজুনিয়ৰ আৰু জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত স্কোয়াটত ৰাষ্ট্ৰীয় অভিলেখ গঢ়াৰ লগতে সোণৰ পদক লাভ কৰিলে ভাস্বতী গগৈয়ে । নিজে খ্যাতি অৰ্জন কৰাৰ লগতে অঞ্চলটোলৈও গৌৰৱ

কলৰ পেলনীয়া বাকলি এইদৰে ব্যৱহাৰ কৰক

কলৰ পেলনীয়া বাকলি এইদৰে ব্যৱহাৰ কৰক

কল সকলোৰে পৰিচিত সুস্বাদু ফল৷ পুষ্টিগুণেৰে ভৰা কল খাবলৈ বেয়া পোৱা লোক হয়তো নোলাব৷ কলত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু পটাছিয়ামৰ দৰে উপকাৰী উপাদান থকাৰ লগতে ভিটামিন ‘চি’ৰ দৰে এণ্টি অক্সিডেণ্ট থাকে৷ এই উপাদান স্বাস্থ্যৰ বাবে উপকাৰী৷ কিন্তু জানি আচৰিত হ’ব যে কলৰ বাকলি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি৷ ছাল, চুলি

কাজলগাঁৱত বিপিএফৰ বিশেষ যোগদান অনুষ্ঠান : ইউপিপিএলক কটাক্ষ হাগ্ৰামা মহিলাৰীৰ

কাজলগাঁৱত বিপিএফৰ বিশেষ যোগদান অনুষ্ঠান : ইউপিপিএলক কটাক্ষ হাগ্ৰামা মহিলাৰীৰ

বিপিএফৰ শাসনকালত বিটিচি এলেকাত উন্নয়নমূলক কাম- কাজকলৈ কাৰ্য্যবাহী সদস্যসকল আৰু পাৰিষদসকলৰ মাজত হৈছিল এক প্ৰতিযোগিতা। ৰাইজৰ হকে কোনে বেছি কাম কৰিব পাৰে। অভিযোগ অনুসৰি এতিয়া ইউপিপিএল চৰকাৰৰ শাসনকালত বিটিচিত কাৰ্য্যবাহী সদস্য লগতে আৰু পাৰিষদসকলৰ মাজত কোনে কিমান পইছা খাব পাৰে তাৰ প্ৰতিযোগিতা হে চলি আছে। এতিয়া সেই আমাৰ সময়ৰ দৰে

নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠৰ ছাত্ৰী নীলাঞ্জনা বেজবৰুৱাৰ সাফল্য

নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠৰ ছাত্ৰী নীলাঞ্জনা বেজবৰুৱাৰ সাফল্য

কাজিৰঙা মহোৎসৱ ২০২৩ত অংশগ্ৰহণ কৰি “কাজিৰঙা নৃত্য ৰত্ন” বঁটা লাভ নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠৰ একাদশ শ্ৰেণীৰ ছাত্ৰী নীলাঞ্জনা বেজবৰুৱাৰ। তিনিচুকীয়াৰ গুৰুকুল কালচাৰেল একাডেমীয়ে আয়োজন কৰিছিল কাজিৰঙা নৃত্য মহোৎসৱ। নগাঁও জিলাৰ বঢ়মপুৰ হালোৱাগাঁৱৰ নীলাঞ্জনা বেজবৰুৱাই নৃত্য পৰিৱেশন কৰি এই সন্মান বুটলিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও নীলাঞ্জনা বেজবৰুৱাই কৃষ্ণ নৃত্য

দুই বনকৰা শিশুক নিৰ্যাতন, গুৱাহাটীত পুনৰ গ্ৰেপ্তাৰ চিকিৎসক

দুই বনকৰা শিশুক নিৰ্যাতন, গুৱাহাটীত পুনৰ গ্ৰেপ্তাৰ চিকিৎসক

ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা ঘটনা৷ দুই চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ শিশু নিৰ্যাতনৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হল আন এক চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা৷ এইবাৰ দুগৰাকী বন কৰা শিশুক দলবদ্ধ ধৰ্ষণৰ ঘটনা এটা পোহৰলৈ