নিউজ ব্যুৰ’,নগাঁও,১৪জুন:–নগাঁও জিলা সত্ৰ ন্যায়ধীশ আদালতে বুধবাৰে এক ৰায়যোগে হত্যাৰ গোচৰত অভিযুক্ত এগৰাকী মহিলাক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। হত্যাৰ গোচৰত অভিযুক্ত যাৱজ্জীৱন কাৰাদণ্ড বিহা মহিলাগৰাকী হৈছে গীতা চেত্ৰী গুৰুং । গোচৰটোৰ চৰকাৰী অধিবক্তা বিভা ফুকনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ২০১৭চনৰ ৯আগষ্টত নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ বৰবিল
নিউজ ব্যুৰ’,নগাঁও,১৪জুন:–তিনিচুকীয়াত অনুষ্ঠিত “কাজিৰঙা মহোৎসৱ–২০২৩” ত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দক্ষিণপাটৰ এগৰাকী নৃত্যসাধক তথা নৃত্য গুৰু পাৰ্থ প্ৰতিম দাসে “ৰাষ্ট্ৰীয় গুৰু ৰত্ন” বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে গুৰুকুল কালচাৰেল একাডেমীয়ে আয়োজন কৰা কাজিৰঙা মহোৎসৱত পাৰ্থপ্ৰতিম দাসৰ লগতে বিশ্বজিৎ দাস,অঞ্জলী দাস,দিয়াৰাণী দাস,নীলাঞ্জনা বেজবৰুৱা,বেদাংগনা কাশ্যপ,ভাৰ্গৱী বৰা,পৰিস্মিতা পিংগলীকা শইকীয়া,নিতুল
বিদেশত হত্যা এগৰাকী ভাৰতীয় যুৱতীক। লণ্ডনৰ ৱেম্বলীত হায়দৰাবাদৰ এগৰাকী ২৭ বছৰীয়া যুবতিক হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যোৱা তেজস্বিনী নামৰ যুৱতীগৰাকীক মঙলবাৰে এজন ব্ৰাজিলিয়ান নাগৰিকে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে লোকজনে তেজস্বনীক ছুৰীৰে আঘাত কৰিছিল। তেজস্বিনীৰ ঘটনাস্থলীতে মৃত্যু হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, আন
যোৱা ৩০ মে’ত পানেৰী সমবায় সমিতিৰ নৱনিৰ্বাচিত পৰিচালনা সমিতিৰ বিষয়ববীয়াক সম্বৰ্ধনা জনোৱাৰ বাবে এটা ৰাজনৈতিক দলে দলীয় টুপী আৰু মালা পিন্ধোৱা বুলি উল্লেখিত এখন বাতৰি কাকতৰ বাতৰি ভূলভাৱে দিয়া হোৱা বুলি মন্তব্য আগবঢ়াই পানেৰী সমবায় সমিতিৰ নৱনিৰ্বাচিত সভাপতি গোলাপচন দৈমাৰীয়ে | লগতে পুৰনি সমিতি নহয় নতুনকৈ নিৰ্বাচিত হোৱা সমিতিয়ে সমবায়খন
ওদালগুৰিৰ ঘাগ্ৰাত জলজীৱন মিছনৰ নামত আৱন্টিত ভূমিত শ্বপিং কমপ্লেক্স খুলিব বুলি সুভাষ বসুমতাৰীয়ে চলোৱা ভূৱা প্ৰচাৰক এইবাৰ উভতি ধৰিলে জলজীৱন মিছন আঁচনিৰ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকৰ লগতে স্থানীয় ৰাইজে l প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ জল জীৱন মিছন ২০২৪ চনৰ ভিতৰত ভাৰতৰ প্ৰতিঘৰ লোকে যাতে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী ব্যৱস্থা লাভ