শিলচৰত জব্দ প্ৰায় ১০ কোটি টকাৰ হেৰ’ইন

শিলচৰত জব্দ প্ৰায় ১০ কোটি টকাৰ হেৰ’ইন

📌শিলচৰত জব্দ প্ৰায় ১০ কোটি টকাৰ হেৰ’ইন📌১০০টা চাবোনৰ বক্সত উদ্ধাৰ ১.৪ কেজি হেৰ’ইন📌এখন ট্ৰাকৰ পৰা জব্দ হেৰ’ইনখিনি📌হেৰ’ইনসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ📌ধৃত সৰবৰাহকাৰীটো কৰিমগঞ্জৰ চাহিদ আহমেদ

ওড়িশাৰ বালাচোৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা!

ওড়িশাৰ বালাচোৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা!

🔴ওড়িশাৰ বালাচোৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা🔴যাত্ৰীবাহী ৰে’ল আৰু মালবাহী ৰে’লৰ সংঘৰ্ষ🔴বৰ্তমানলৈকে দুৰ্ঘটনাত মৃত্যু ১৬জন যাত্ৰী আৰু আহত ডেৰ শতাধিকৰো অধিক যাত্ৰী।🔴হাওৰাৰ পৰা তামিলনাডু অভিমুখী আছিল যাত্ৰীবাহী ৰে’লখন🔴দুৰ্ঘটনাৰ বাবে বাতিল কেইবাখনো ৰে’লৰ চলাচল

ভাৰতীয় মহিলা ক্ৰিকেট দলত উইকেটকীপাৰ হিচাপে স্থান লাভ অসম কন্যা উমা ছেত্ৰীৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলত উইকেটকীপাৰ হিচাপে স্থান লাভ অসম কন্যা উমা ছেত্ৰীৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলত উইকেটকীপাৰ হিচাপে স্থান লাভ অসম কন্যাৰ৷ মহিলা এছিয়া কাপৰ বাবে ভাৰতীয় ‘এ’ দলত স্থান লাভ বোকাখাতৰ কান্ধুলীমাৰী গাৱঁৰ জীয়ৰী উমা ছেত্ৰী।১২ জুনৰ পৰা হংকঙত অনুষ্ঠিত হ’ব এছিয়া কাপ টুৰ্ণামেণ্টখন৷ ১৩ জুনত হংকঙৰ বিৰুদ্ধে ভাৰতৰ এছিয়া কাপৰ প্ৰথমখন মেচ৷ ১৫ জুনত থাইলেণ্ড, ১৭ জুনত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ

তেজপুৰৰ শোণিতপুৰ জাতীয় বিদ্যালয়ত অঘটন; ঢলি পৰিল ১১ গৰাকী শিক্ষাৰ্থী

তেজপুৰৰ শোণিতপুৰ জাতীয় বিদ্যালয়ত অঘটন; ঢলি পৰিল ১১ গৰাকী শিক্ষাৰ্থী

তেজপুৰৰ শোণিতপুৰ জাতীয় বিদ্যালয়ত অঘটন । -প্ৰচণ্ড গৰমৰ বাবে ঢলি পৰিল ১১ গৰাকী শিক্ষাৰ্থী ।-পাঠদানৰ মাজতে ঢলি পৰে ১১ গৰাকী শিক্ষাৰ্থী৷ -শিক্ষাৰ্থীসকলক ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷ -অধিক গৰমৰ বাবেই এনে অৱস্থা হোৱা বুলি মন্তব্য চিকিৎসকৰ৷