-নগাঁও আৰক্ষীত পুনৰ ব্যাপক ৰদ-বদল -ৰূপহীহাট থানাৰ IC ফিৰোজ দলেক লাওখোৱা চাপৰিলৈ বদলি -জাজৰী থানালৈ বদলি ৰহাৰ OC সম্প্রীতি হাজৰিকাক -জাজৰী থানাৰ OCক উলুৱনি থানালৈ বদলি -উলুবনিৰ OCক খাটোৱাল থানালৈ বদলি -লাওখোৱা চাপৰিৰ OC মিতু দাসক জুৰীয়া থানালৈ বদলি -জুৰিয়াৰ OC মুন্না পাচনীক জখলাবন্ধা থানালৈ বদলি -কামপুৰৰ OC মণিৰাম কলিতাক
নাজিৰা ৰহদৈআলিৰ নিমাইগড় হাবিগাঁৱত আজি দিনযোৰা কাৰ্য্যসূচীৰে অসম বাগ্তি(বাক্তি) সমাজৰ ১৪তম প্ৰতিষ্ঠা দিৱস উদ্যাপন আজি নাজিৰা ৰহদৈআলি নিমাইগড় হাবিগাঁৱত উদ্যাপন কৰা হয় অসম বাগ্তি(বাক্তি) সমাজ শিৱসাগৰ জিলা সমিতি,আঞ্চলিক সমিতি,জিলাৰ সমূহ প্ৰাথমিক সমিতি,মহিলা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত ১৪তম্ বাগ্তি(বাক্তি) সমাজৰ প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অনুস্থিত হয়
আজি চৰাইদেউ মথুৰাপুৰ মাজগাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰ৷ পথৰ দাঁতিত উদ্ধাৰ হ’ল বিকাশ গোৱালাৰ মৃতদেহঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ মাজগাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। পথৰ দাঁতিত উদ্ধাৰ হ’ল এজন যুৱকৰ মৃতদেহ। মৃত যুৱকজন ভকত জংঘল গাঁৱৰ বিকাশ গোৱালা (২৯) ৷ কালি আবেলি ঘৰৰ পৰা ওলাই যোৱা বিকাশ নিশালৈ ঘৰলৈ উভতি অহা
সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা সুৰক্ষা সমিতি আৰু ঐতিহাসিক তিৱা ৰাজ দৰবাৰৰ যৌথ উদ্যোগত মৰিগাঁও সদৰ বিহুতলীত দহটা দাবী পূৰণৰ বাবে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন। বিশেষকৈ ১। তিৱা স্বায়ত্ব পৰিষদৰক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিকৰণৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ অতি শীঘ্ৰে প্ৰেৰণ, ২। অসম বিধানসভাৰ সমষ্টি
জীৱৰ মৃত্যু কিয় হয়!মৃত্যুৰ পাছত-জন্ম কেনেকৈ! আমি সকলোৱে জানো যে-যি প্ৰাণী-এই পৃথিৱীত জন্ম হয় তাৰ এদিন নহয় এদিন মৃত্যু আছে।কিন্তু এই মৃত্যু কি!লগতে-জীৱকুল কিয় আৰু কেনেদৰে জন্ম হৈ থাকে! এই মৃত্যুৰ জন্ম হৈছিল-কেনেকৈ!অৰ্থাৎ মৃত্যু পৰম্পৰা কেনেকৈ আৰম্ভ হৈছিল! এয়া সকলোৱে জানে যে-পৰম পিতা এই মহাবিশ্ব ৰচনা কৰিছিল।আৰু এই মহাবিশ্ব বহুবাৰ