নাজিৰাত দিখৌত পৰি কৰুণ মৃত্যু ১৬ বছৰীয়া কিশোৰৰ।

নাজিৰাত দিখৌত পৰি কৰুণ মৃত্যু ১৬ বছৰীয়া কিশোৰৰ।

নাজিৰাত দিখৌত পৰি কৰুণ মৃত্যু ১৬ বছৰীয়া কিশোৰৰ। মৃত কিশোৰ জনৰ নাম অভিজিত দাস। দিখৌৰ পৰা নিজ গৃহলৈ পাম্প যোগে পানী আহৰণৰ চেষ্টা চলাওঁতেই বিদ্যুৎ প্ৰবাহিত হৈ দিখৌত পৰেগৈ কিশোৰজন। স্থানীয় লোকে প্ৰায় ডেৰ ঘন্টাৰ প্ৰচেষ্টাৰ অন্তত দিখৌৰ বুকুৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ নাজিৰা চৰকাৰী অসামৰিক চিকিৎসালয়লৈ লৈ আনে কিশোৰ

ওদালগুৰিত ঋতুস্ৰাৱ স্বাস্থ্য দিৱস ওপলক্ষে সৰুজ দেৱী ফাউণ্ডেচনৰ উদ্যোগত সজাগতা পদযাত্ৰাৰ আয়োজন

ওদালগুৰিত ঋতুস্ৰাৱ স্বাস্থ্য দিৱস ওপলক্ষে সৰুজ দেৱী ফাউণ্ডেচনৰ উদ্যোগত সজাগতা পদযাত্ৰাৰ আয়োজন

বৰ্তমান সময়ত মহিলা বা নাৰীক মানসিক আৰু শাৰীৰিকভাৱে সবল হোৱাটো অতি প্ৰয়োজনীয় লগতে শিক্ষিত হোৱাতো অতি বাঞ্চনীয় । গণতান্ত্ৰিক সমাজ ব্যৱস্থাত পুৰুষ আৰু নাৰী উভয়ে শিক্ষিত হোৱাতো অতি দৰকাৰী । শিক্ষাই নাৰীক সবলীকৰণৰ দিশত আগবঢ়াই নিয়াত সহায় কৰে । গতিকে নাৰী সবলীকৰণৰ দিশত শিক্ষাক অশ্ৰধিকৰ দিবই লাগিব । মহিলা সকলে

বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁতীৰ নিজা প্ৰচেষ্টাৰে UPSC/APSC কোচিংৰ বাবে বিশেষ ব্যৱস্থা

বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁতীৰ নিজা প্ৰচেষ্টাৰে UPSC/APSC কোচিংৰ বাবে বিশেষ ব্যৱস্থা

বিটিআৰৰ কাৰ্যবাহী সদস্য তথা নোনাই চেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ সঞ্জীত তাঁতীৰ মহানুভৱতা | নিজাববীয়াকৈ আৰ্থিক দিশত পিছপৰা স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতি সকলৰ বাবে বিনামুলীয়া APSC/UPSC কোচিংৰ ব্যবস্থা |আৰ্থিক অনাতনৰ বাবে কোনো এজনৰ সপোন শেষ হৈ যাব নালাগেঃ সঞ্জীত তাঁতী। এগৰাকী দক্ষ IAS/IPS/ACS/APS হোৱাৰ সপোন সকলোৰে থাকে | পিছে আৰ্থিক দিশত টনকিয়াল

নগাঁৱৰ কৰৈয়ণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “শুভাশিষ প্ৰদান” অনুষ্ঠান

নগাঁৱৰ কৰৈয়ণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “শুভাশিষ প্ৰদান” অনুষ্ঠান

সকলোৱে ভগৎ সিঙৰ কাহিনী পঢ়ে, কিন্তু নিজৰ সন্তানক ভগৎ সিং হোৱাৰ সপোন নেদেখে– কুমাৰ বিভূতি নিউজ ব্যুৰ’,নগাঁও,২৮মে’:– “প্ৰচলিত সমাজ ব্যৱস্থাত আমাৰ অভিভাৱকসকলে শিশু এটাই মাতৃ গৰ্ভত ভ্ৰুণ হৈ স্থিতি লোৱাৰ সময়ৰ পৰাই এনে কিছুমান আচহুৱা পৰিবেশ দিয়াৰ প্ৰয়াস কৰে যিটো দেখিলে আচৰিত নহৈ নোৱাৰি । অভিভাৱকসকলৰ অধিকাংশই ভাৱে আনৰ লৰা

নুমলীগড় শোধানাগাৰৰ হাইড্ৰ’কাৰ্বন গোটত ভয়ংকৰ অগ্নিকাণ্ড!

নুমলীগড় শোধানাগাৰৰ হাইড্ৰ’কাৰ্বন গোটত ভয়ংকৰ অগ্নিকাণ্ড!

নুমলীগড় শোধানাগাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। গোলাঘাট জিলাৰ নুমলীগড় ৰিফাইনেৰী লিমিটেডত (এন আৰ এল) এই অগ্নিকাণ্ডৰ ঘটনা ঘটে।জুই লগাৰ খবৰ পোৱাৰ পিছতে এনআৰএলৰ অগ্নি তথা সুৰক্ষা বিভাগৰ কৰ্মচাৰী আৰু অগ্নি নির্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নুমুৱাবলৈ অভিযান আৰম্ভ কৰে ৷ অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই