২ জুনত ওড়িশাত সংঘটিত হোৱা অতি বেদনাদায়ক ৰেল দুৰ্ঘটনাটো পাহৰি যোৱাটো সহজ নহয়। এই দুৰ্ঘটনাত ২৮৮ জন লোকে প্ৰাণ হেৰুৱাইছিল যদিও তিনিদিনৰ পাছতো এতিয়াও ১০০ৰো অধিক মৃতদেহ চিনাক্ত কৰিব পৰা নাই। দুৰ্ঘটনাটোৰ বিষয়ে তথ্য দি এজন বিষয়াই কয় যে দুৰ্ঘটনাটোত নিহতসকলৰ ভিতৰত ১০১টা মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।
– ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল– কলা শাখাত প্ৰথম স্থান সংকল্পজিৎ শইকীয়া– ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল
– ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল– বিজ্ঞান শাখাত প্ৰথম স্থান লাভ নিখিলেশ দত্তৰ– নিখিলেশ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ
আজি জুন মাহৰ প্ৰথম মঙলবাৰ। মঙলবাৰৰ দিনটো হনুমান জীৰ পূজাৰ বাবে উচৰ্গা কৰা হয়। ইয়াৰ সমান্তৰালকৈ এই দিনটোত কিছু বিশেষ ব্যৱস্থা গ্ৰহণ কৰি শংকতমোচনে ভক্তৰ সকলো মনোবাঞ্চা পূৰণ কৰে। যদি আপুনিও হনুমান জীক সন্তুষ্ট কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে আজিয়েই এইবোৰ ব্যৱস্থা নিশ্চয় কৰক। ধন-সমৃদ্ধিৰ বাবে: মঙলবাৰে নিশা
আজি ৯ বজাৰ লগে লগে ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। এই সমূহ ৱেবছাইটত চাব পাৰিব ৰিজালট –