ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ২৯ মে’ৰ পৰা ৩১ মে’লৈ চলিব উচ্ছেদ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ২৯ মে’ৰ পৰা ৩১ মে’লৈ চলিব উচ্ছেদ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ২৯ মে’ৰ পৰা ৩১ মে’লৈ চলিব প্ৰশাসনৰ উচ্ছেদ। দৰঙৰ প্ৰায় ১২খন সৰু-বৰ চৰত চলিব প্ৰশাসনৰ বুলড’জাৰ। ইতিমধ্যে দৰং জিলা প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী। উচ্ছেদিতৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি ১০খনকৈ নাৱৰ ব্যৱস্থা কৰি দিছে প্ৰশাসনে।

লখিমপুৰত এফালে আনন্দ মিশ্ৰৰ এক্সন মুড, আনফালে চোৰৰ মৰসাহ বৃদ্ধি

লখিমপুৰত এফালে আনন্দ মিশ্ৰৰ এক্সন মুড, আনফালে চোৰৰ মৰসাহ বৃদ্ধি

এফালে নকল সোণ আৰু জালনোট ব্যৱসায়ীৰ সোঁত বৈছে আৰক্ষী থানালৈ, আনফালে বৃদ্ধি পাইছে চোৰৰ মৰসাহ ৷ নকল সোণ-টকা ব্যৱসায়ীয়ে গিজগিজাই থকা লখিমপুৰত বুধবাৰে দিন-দুপৰতে চোৰে লুটি নিলে লক্ষাধিক টকাৰ সা-সম্পত্তিসহ নগদ ধন ৷ আই পি এছ আনন্দ মিশ্ৰ ই সোমবাৰে লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাবে যোগদান কৰাৰ পাচতে কঁপনি উঠিছিল লখিমপুৰৰ

কেতিয়াৰ পৰা আৰম্ভ হ’ব হজযাত্ৰা, এইবাৰ কিছু সাল-সলনি হ’ব হজযাত্ৰাৰ নিয়ম-নীতি

কেতিয়াৰ পৰা আৰম্ভ হ’ব হজযাত্ৰা, এইবাৰ কিছু সাল-সলনি হ’ব হজযাত্ৰাৰ নিয়ম-নীতি

ছৌদি আৰৱৰ অতি পৱিত্ৰ তীৰ্থস্থান মক্কা আৰু মদিনা দৰ্শন কৰি জীৱন ধন্য কৰিবলৈ পোৱাটো ইছলাম ধৰ্মাৱলম্বী প্ৰতিগৰাকী লোকৰ বাবে পৰম সৌভাগ্যৰ বিষয় বুলি গণ্য কৰা হয় । এই পৱিত্ৰ তীৰ্থস্থান দৰ্শন কৰিবলৈ প্ৰতিবছৰে বিশ্বৰ ভিন্ন প্ৰান্তৰ লাখ লাখ লোকেৰে ভৰি পৰে ছৌদি আৰৱ । ব্যতিক্ৰম নহয় অসমো । অসমৰ হজযাত্ৰীসকলে

৬ ৰ পৰা ১২ বছৰীয়া শিশুত অপহৰণ, ধৰ্ষণ, হত্যাৰ অভিযুক্ত ৰবীন্দৰক শাস্তি আদালতৰ

৬ ৰ পৰা ১২ বছৰীয়া শিশুত অপহৰণ, ধৰ্ষণ, হত্যাৰ অভিযুক্ত ৰবীন্দৰক শাস্তি আদালতৰ

৩০ টাকৈ শিশুক অপহৰণ, ধৰ্ষণ আৰু হত্যাৰ অভিযোগত এজন যুৱকক শাস্তি বিহে আদালতে। তেওঁৰ বিৰুদ্ধে থকা গোচৰ সমূহত দোষী সাৱ্যস্ত হোৱাৰ পাছত বৃহস্পতিবাৰে(২৫মে’) দিল্লীৰ এখন আদালতে যুৱক ৰবীন্দৰ কুমাৰক আজীৱন কাৰাদণ্ড বিহে। এটি ৬ বছৰীয়া শিশুক অপহৰণ, ধৰ্ষণ আৰু হত্যাৰ অভিযোগত ৬ মে’ত ৰোহিনীৰ আদালতে ৰৱীন্দৰক দোষী সাৱ্যস্ত কৰিছিল। শাস্তিৰ