বৰঝাৰ বিমান বন্দৰত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ। বৰঝাৰ বিমান বন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীক আদৰণি। মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতিয়ে জনালে আদৰণি। কিছু সময় পিছতেই খানাপাৰাত নিযুক্তি-পত্ৰ প্ৰদান অনুষ্ঠানত অংশ লব অমিত শ্বাহে।
যোৱা কালি ইং ২৩/০৫/২০২৩ তাৰিখ মঙ্গলবাৰে মোৰ পত্নী শ্ৰীমনিকা ৰাভা (এটি কন্যা সন্তাৰ মাতৃ) ৰাতিপূৱা ৮ বজাত ওদালগুৰিত চহৰত বিশেষ কাম আছে বুলি ঘৰৰ পৰা ওলাই যায়।প্ৰায় ২টা মান বজাত ঘৰলৈ ঘুৰি নহাত ফোন কৰিবলৈ লওতে ফোনটো বন্ধ হোৱা বুলি কয় এতিয়ালৈ বন্ধ হৈয়ে আছে। অৰ্থাৎ মানুজনী নিৰুদ্দেশ হৈ আছে।
অসমৰ জোঁৱাই হ’ল আশীষ বিদ্যার্থী বিবাহপাশত আবদ্ধ অভিনেতাগৰাকী। ৰূপালী বৰুৱাৰ হৈতে বিবাহপাশত আবদ্ধ অভিনেতাগৰাকী।
মেট্ৰিকত ডিষ্টিংচন পোৱাৰ দিনটোতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মডেলিং জগতত শীৰ্ষ স্থান দখল টীয়কৰ ৰিমজিম
বৰাৰ ।
টীয়কৰ প্ৰতিবেদক ২৫ মে/২৩ টীয়কৰ এগৰাকী ছাত্ৰীৰ দুটা ভাল খবৰে এতিয়া সমূহ টীয়কবাসীক উৎফুল্লিত কৰি তুলিছে। টীয়কৰ হাঁহচৰা নিবাসী বিমান বৰা আৰু জোণমণি বৰাৰ কনিষ্ঠ জী ৰিমজিম বৰাই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন লাভ কৰাৰ সমান্তৰালকৈ সোণত সুৱগা চৰাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুষ্ঠিত মডেলিং প্ৰতিযোগিতাত শীৰ্ষ স্থান দখল কৰি অসমলৈ
ড০ এ পি জে আব্দুল কালাম এজন শিক্ষক,লেখক,দূৰদৰ্শী,এৰোস্পেচ অভিযন্তা,বিজ্ঞানী,জনসাধাৰণৰ ৰাষ্ট্ৰপতি,ভাৰত ৰত্ন বঁটা প্ৰাপ্ত ব্যক্তি আছিল।তেওঁৰ ঠাই কেতিয়াও পূৰণ কৰিব নোৱাৰি।এ পি জে আব্দুল কালামে ‘চিম্পল লিভিং, হাই থিংকিং’ নীতিৰ পোষকতা কৰিছিল।তেওঁ সদায় তেওঁৰ জীৱনৰ প্ৰতিটো মিনিট কোনো প্ৰকাৰে দেশৰ বিকাশৰ বাবে উৎসৰ্গা কৰিবলৈ চেষ্টা কৰিছিল। প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ বিষয়ে কেইটামান অনুপ্ৰেৰণামূলক