যোৰহাট: চুৰি কৰিবলৈ আহি  দোকানৰ ভিতৰত চোৰে উদযাপন কৰিলে জন্মদিন..

যোৰহাট: চুৰি কৰিবলৈ আহি দোকানৰ ভিতৰত চোৰে উদযাপন কৰিলে জন্মদিন..

যোৰহাটত সংঘটিত হৈছে এক আজব ঘটনা। যোৰহাট নগৰৰ মাজমজিয়াত ব্যৱসায় প্ৰতিষ্ঠানৰ চাটাৰ কাটি লুটপাত চলালে চোৰৰ দলে। কিন্তু কেৱল চুৰি কৰিয়েই ক্ষান্ত নাথাকিল চোৰৰ দলটো। দোকানৰ ভিতৰত হাতত কেক লৈ ফটো তুলি স্ফুৰ্তিত আপোনপাহৰা হৈ পৰিল চোৰৰ দলটো। যেন তেওঁলোকে জন্মদিনহে উদযাপন কৰিছে। চোৰৰ দলৰ এই কাণ্ডই এতিয়া চকু কপালত

গৃহমন্ত্ৰীৰ আগমনক লৈ আজি মহানগৰীৰ কেইবাটাও পথত বাহাল থাকিব নিষেধাজ্ঞা… জানক সবিশেষ।

গৃহমন্ত্ৰীৰ আগমনক লৈ আজি মহানগৰীৰ কেইবাটাও পথত বাহাল থাকিব নিষেধাজ্ঞা… জানক সবিশেষ।

⭕আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।⭕গৃহমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণক লৈ পথ নিৰ্দেশনা জাৰি।⭕কেইবাটাও পথত বাহাল থাকিব নিষেধাজ্ঞা।⭕জৰুৰীকালীন সেৱাৰ বাহনৰ বাহিৰে অন্য বাহনত নিষেধাজ্ঞা।⭕NH27, NH 17ত লঘু-গধুৰ বাণিজ্যিক বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা।⭕২৫ মে’ৰ পুৱা ৭ বজাৰ পৰা নিশা ১১.৩০ বজালৈ নিষেধাজ্ঞা।⭕পাঞ্জাবাৰী ৰোড, GS ৰোডত বাণিজ্যিক বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা।⭕AT ৰোডতো বাহন প্ৰৱেশত নিষেধাজ্ঞা।⭕পুৱা

GPC Election: ৩ জুনত অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন।

GPC Election: ৩ জুনত অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন।

গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২৩ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নির্বাচন সমিতিয়ে । নির্বাচন সমিতিয়ে ইতিমধ্যে ভোটাৰ তালিকা প্রকাশ কৰিছে। তালিকা অনুসৰি এইবাৰৰ গুৱাহাটী প্ৰেছ ক্লাবৰ মুঠ ভোটাৰৰ সংখ্যা ৯৯৮ । সদস্য পদৰ বাবে মুঠ আবেদনকাৰীৰ সংখ্যা ১,২৭১। ইয়াৰে ২২৫ গৰাকীৰ আবেদন বিসংগতি, অভিজ্ঞতা নথকা বা আন অনুষংগিক কাৰণত নাকচ কৰা হয় । নিৰ্বাচন সমিতিৰ

একশ্যন মুডত IPS আনন্দ মিশ্ৰ: ২৪ জনৰ আত্মসমৰ্পণ

একশ্যন মুডত IPS আনন্দ মিশ্ৰ: ২৪ জনৰ আত্মসমৰ্পণ

আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ নিৰ্দেশ মৰ্মে লখিমপুৰত নকল সোণ আৰু জাল নোটৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ ‘অপাৰেচন ক্লিন লখিমপুৰ’ নাম দি দীৰ্ঘ দিন ধৰি লখিমপুৰত চলি থকা নকল সোণ আৰু নকল টকাৰ দুই নম্বৰী কাৰবাৰটো বন্ধ কৰিবলৈ আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীয়ে অভিনৱ

কোকৰাঝাৰৰ পৰা গুৱাহাটীতক’চিং কৰিবলৈ আহি কিয় আত্মহত্যাৰ পথ বাছি ল’লে তাজমিনাই?

কোকৰাঝাৰৰ পৰা গুৱাহাটীত
ক’চিং কৰিবলৈ আহি কিয় আত্মহত্যাৰ পথ বাছি ল’লে তাজমিনাই?

গুৱাহাটীৰ এটা ব্যক্তিগত ছাত্রী নিবাসত এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। মহানগৰীৰ ভঙাগড়ৰ সৰ্বোদয়া পথত থকা মিহিৰ কিৰণ পেয়িং গেষ্টত সোমবাৰে বিয়লিৰ ভাগত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনটো। আত্মহননৰ পথ বাছি লোৱা ছাত্ৰীগৰাকী কোকৰাঝাৰৰ তাজমিনা আহমেদ (১৮) বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত ভঙাগড়ৰ আৰক্ষী উপস্থিত হৈ ছাত্ৰীগৰাকীৰ