লিডু মালৌপাহাৰত নগা উগ্রপন্থী আটক

লিডু মালৌপাহাৰত নগা উগ্রপন্থী আটক

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এন এছ চি এন (আৰ)ৰ কৰ সংগ্ৰহক জেঠু হাখুন কৰায়ত্ব। আজি ১৮ নং গাড়োৱাল ৰেজিমেণ্টৰ দ্বাৰা চলোৱা এক অভিযানত লিডু মালৌপাহাৰৰ পৰা উগ্ৰপন্থী জনক কৰায়ত্ব কৰা হয় । সেনাই এটা পিষ্টল সহ তিনিজাই সজীৱ গুলি আৰু এটা মোবাইল উগ্ৰপন্থীজনৰ হাতৰ পৰা উদ্ধাৰ কৰে । দীৰ্ঘদিন ধৰি

ধনৰ দেৱীয়ে গৃহ প্ৰবেশ কৰিব, বৃহস্পতিবাৰে হালধিৰে কৰক এই ৭টা প্ৰতিকাৰ ; প্ৰতিটো কামতে সফলতা লাভ কৰিব

ধনৰ দেৱীয়ে গৃহ প্ৰবেশ কৰিব, বৃহস্পতিবাৰে হালধিৰে কৰক এই ৭টা প্ৰতিকাৰ ; প্ৰতিটো কামতে সফলতা লাভ কৰিব

হিন্দু ধৰ্মত প্ৰতিদিনে এজন বা আন দেৱতাক পূজা কৰাৰ নিয়ম আছে। সেই অনুযায়ী বৃহস্পতিবাৰক ভগৱান বিষ্ণু আৰু দেৱগুৰু বৃহস্পতিৰ পূজাৰ দিন বুলি বিশ্বাস কৰা হয়। জ্যোতিষ শাস্ত্ৰৰ মতে, ৰাশিফলত বৃহস্পতি গ্ৰহটোক শক্তিশালী কৰাৰ লগতে শুভ প্ৰভাৱ বৃদ্ধিৰ বাবে কিছু বিশেষ ব্যৱস্থা কৰিলে শুভ ফল পোৱা যায়। বৃহস্পতিবাৰে হালধীয়া ৰঙৰ সামগ্ৰী

বৃহস্পতিবাৰ: গুৰুবাৰে গ্ৰহণ কৰক এইসমূহ ব্যৱস্থা, আৰ্থিক বাধা আঁতৰিব আৰু কামত পাব সফলতা

বৃহস্পতিবাৰ: গুৰুবাৰে গ্ৰহণ কৰক এইসমূহ ব্যৱস্থা, আৰ্থিক বাধা আঁতৰিব আৰু কামত পাব সফলতা

বৃহস্পতিবাৰটো বৃহস্পতি দেৱ, , শ্ৰী হৰি বিষ্ণু আৰু মালক্ষ্মীৰ নামত উচৰ্গা কৰা হৈছে। এই দিনটোত মানুহে এই দেৱতাক পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰে। গুৰু যদি শক্তিশালী হয় তেন্তে ব্যক্তিজনে জীৱনত বহুত উন্নতি পায়। সকলো কাম সফল হয় আৰু অৰ্থনৈতিক অৱস্থা শক্তিশালী হয়। আনহাতে গুৰুজন যদি দুর্বল হয়, তেন্তে ব্যক্তিজনে প্ৰতিটো কামতে

‘ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল গ্লেমাৰ মডেল’ প্ৰতিযোগিতাত নাজিৰা মেছাগড়ৰৰ ছাত্ৰী নেনচী বৰগোঁহাই সাফল্য

‘ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল গ্লেমাৰ মডেল’ প্ৰতিযোগিতাত নাজিৰা মেছাগড়ৰৰ ছাত্ৰী নেনচী বৰগোঁহাই সাফল্য

নতুন দিল্লীত অনুষ্ঠিত হোৱা ‘ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল গ্লেমাৰ মডেল’ প্ৰতিযোগিতাত নাজিৰা মেছাগড়ৰ ছাত্ৰী নেনচী বৰগোঁহাই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । ১২, ১৩ আৰু ১৪ মে’ত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত গৌতম বৰগোঁহাই আৰু চিমা বৰগোঁহাই কন্যা নেনেচী বৰগোঁই লাভ কৰিবলৈ সক্ষম হয় এই খিতাপ । নেনচী ৰ বয়স ১২ বছৰ হোৱাৰ

SI জোনমনি ৰাভাক মৃত্যুৰ সঠিক তদন্তৰ দাবীত উত্তাল প্ৰতিবাদ ।

SI জোনমনি ৰাভাক মৃত্যুৰ সঠিক তদন্তৰ দাবীত উত্তাল প্ৰতিবাদ ।

✍️ ৰাজ্যৰ আন আন প্ৰান্তৰ লগত আজি কোকৰাঝাৰ জিলাৰ কচুগাওঁত SI জোনমনি ৰাভাক হত্যা কৰাৰ সন্দেহত ৰাভা জনজাতিৰ উত্তাল প্ৰতিবাদ । ✍️ S I জোনমনি ৰাভাৰ হত্যাৰ নিকা,স্বচ্ছ আৰু নিৰপেক্ষ তদন্তৰ লগতে দোষী আৰক্ষী বিষয়া ,বিভিন্ন দোষী ব্যক্তিক অনতিপলমে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত গোঁসাইগাওঁ মহকুমাৰ অন্তৰ্গত কচুগাওঁৰ ৩১