ভাৱী স্বামীৰ সৈতে ফুৰিবলৈ গৈ পথ দুৰ্ঘটনাত অকাল মৃত্যু জনপ্রিয় অভিনেত্রী বৈভৱী উপাধ্যায়ৰ

ভাৱী স্বামীৰ সৈতে ফুৰিবলৈ গৈ পথ দুৰ্ঘটনাত অকাল মৃত্যু জনপ্রিয় অভিনেত্রী বৈভৱী উপাধ্যায়ৰ

🔴 ছবি জগতৰ পৰা আন এক দুঃখবৰ!🔴 পথ দুৰ্ঘটনাত মৃত্যু সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী বৈভৱী উপাধ্যায়ৰ🔴 ভাৱী স্বামীৰ সৈতে হিমাচল প্ৰদেশত প্ৰমোদ ভ্ৰমণৰ সময়তে বাহন দুৰ্ঘটনাত মৃত্যু ঘটে অভিনেত্ৰীগৰাকীৰ

আমগুৰিৰ এক নং চিন্তামণি গড়ত এজন অচিনাক্ত মানসিক ভাৱে দূৰ্বল ব্যক্তিক উদ্ধাৰ কৰিলে স্থানীয় যুৱকে।

আমগুৰিৰ এক নং চিন্তামণি গড়ত এজন অচিনাক্ত মানসিক ভাৱে দূৰ্বল ব্যক্তিক উদ্ধাৰ কৰিলে স্থানীয় যুৱকে।

আমগুৰিৰ এক নং চিন্তামণি গড়ত এজন অচিনাক্ত মানসিক ভাৱে দূৰ্বল ব্যক্তিক উদ্ধাৰ কৰিলে স্থানীয় যুৱকে।সাংবাদুক চাদ্দাম আলীৰ প্ৰচেষ্টাত লোকজনক উদ্ধাৰ কৰি শাৰীৰিক মানসিক অৱস্থা দেখি কেইজনমান মানৱদৰদী স্থানীয় যুৱক আগবাঢ়ি আহি সেৱা শুশ্ৰষা কৰি নতুন সাজপাৰ পিন্ধাই চৰকাৰী পৃষ্ঠপোষকতাত চমজাই দিবলৈ বিচাৰে যদিও ব্যক্তি গৰাকী যাবলৈ অস্বীকাৰ কৰে আৰু নিজেই

আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত হাজোত হাজো আঞ্চলিক ছাত্ৰ-সন্থাৰ বৃহৎ প্ৰতিবাদী সমদল।

আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত হাজোত হাজো আঞ্চলিক ছাত্ৰ-সন্থাৰ বৃহৎ প্ৰতিবাদী সমদল।

আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত হাজোত হাজো আঞ্চলিক ছাত্ৰ-সন্থাৰ বৃহৎ প্ৰতিবাদী সমদল। হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ পৰা হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়লৈ গৈ পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ন কৰি ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ

মঙলদৈত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান দৰং আৰক্ষীৰ ।

মঙলদৈত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান দৰং আৰক্ষীৰ ।

ড্ৰাগছ, তিৰ খেলৰ সৈতে জড়িত ছয় জনক আটক । জোনমনিৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পিছতেই অধিক তীব্ৰতৰ হৈ পৰিছে আৰক্ষীৰ অভিযান। সোমবাৰৰ পৰা দৰঙৰ বিভিন্ন স্থানত অভিযান চলাই নিষিদ্ধ ড্ৰাগছ, কফ চিৰাপ, তিৰ খেলৰ সামগ্ৰী, নগদ ধনৰ লগতে ছয় জনক আটক কৰে আৰক্ষীয়ে । দিন দুপৰতেই মঙলদৈ চহৰৰ মাজমজিয়াত ড্ৰাগছৰ ঘাটি

নগাঁৱৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যলয়ত অভিনন্দন অনুষ্ঠান সম্পন্ন

নগাঁৱৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যলয়ত অভিনন্দন অনুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২৪মে’:– নগাঁও জিলাৰ হাতীচোং মৌজাৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৮৩ বৰ্ষৰে সগৌৰৱ জ্ঞানযাত্ৰাত ব্ৰতী চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ বিদ্যালয়ৰ কৃতী শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱা হয় । অভিনন্দন অনুষ্ঠানটিৰ আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষা বৃন্দামাই দেৱীয়ে শিক্ষাৰ্থীসকলক কৃতকাৰ্যতাৰ বাবে অভিনন্দন জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যৎ কামনা কৰে । ইয়াৰ