২০১৩ত HSLCত দশম স্থান তেজপুৰ ডনবস্ক হাইস্কুলৰ পৰা ২০১৫চনত ৰামানুজন জুনিয়ৰ কলেজৰ পৰা H.Sত দশম স্থান অধিক পঢক: UPSC পৰীক্ষাত অসম সন্তানৰ সাফল্য
অসম পুলিচৰ চাকৰিৰ বাবে ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট দিয়া প্ৰায় ১০০০ প্ৰাৰ্থী এৰেষ্ট হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
🔴 UPSCৰ ফলাফলত উজ্বলিল আন এগৰাকী অসমীয়া🔴 আজি ঘোষিত ফলাফলত ২৯৮ সংখ্যক স্থান লাভ গুৱাহাটীৰ ইদুল আহমেদৰ
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী দৰিদ্ৰ পৰিয়ালৰ কন্যা সন্তানে৷ নাম পল্লবী ধৰ। কলিয়াবৰ মিলন নগৰৰ নিৱাসী কন্দৰ্প ধৰ আৰু উজ্জ্বলা ধৰৰ কন্যা পল্লৱী ধৰে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬ টা বিষয়ত লেটাৰ নম্বৰসহ ৫১৭ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছ। পিতৃ কন্দৰ্প ধৰে কলিয়াবৰ তিনিআলিত এখন
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হ’ব নোৱাৰি জীৱনৰ চূড়ান্ত সিদ্ধান্ত ল’লে এগৰাকী ছাত্ৰীয়ে৷ বৰাক নৈত জাপ দি আত্মহত্যাৰ পথ বাছি ল’লে ছাত্ৰীগৰাকীয়ে ৷ এই ঘটনা সংঘটিত হৈছে কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ গনিৰগ্ৰামত ৷ আত্মহত্যাৰ পথ বাছি লোৱা ছাত্ৰীগৰাকীৰ নাম আচমা বেগম বৰভূঞা বুলি জানিব পৰা গৈছে ৷ গনিৰগ্ৰাম জে আৰ এইচ স্কুলৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত বহিছিল ছাত্ৰীগৰাকী ৷ সোমবাৰে মেট্ৰিকৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই মেট্ৰিকত অনুতীৰ্ণ হোৱা বুলি জানিবলৈ পায় আত্মহত্যাৰ পথ বাছি লয় আচমাই৷ ফলাফলত হতাশ হৈ ওচৰত থকা বৰাক নৈ ত মৰণ জাপ দিয়ে আচমাই ৷ পিছত ঘটনাস্থলীত উপস্থিত হয় এছডিআৰএফ বাহিনী। আচমাৰ সন্ধানত বৰাক নৈত সন্ধান অভিযান চলায় এছডিআৰএফে ৷ পিছত দুঘন্টামান অভিযান