লখিমপুৰত এক্সন আৰম্ভ SP আনন্দ মিশ্ৰৰ; আনন্দ মিশ্ৰৰ হুংকাৰৰ পিছতে হাহাকাৰ মাফিয়াৰ

লখিমপুৰত এক্সন আৰম্ভ SP আনন্দ মিশ্ৰৰ; আনন্দ মিশ্ৰৰ হুংকাৰৰ পিছতে হাহাকাৰ মাফিয়াৰ

লখিমপুৰত এক্সন আৰম্ভ SP আনন্দ মিশ্ৰৰ।
আনন্দ মিশ্ৰৰ হুংকাৰৰ পিছতে হাহাকাৰ মাফিয়াৰ।
ইতিমধ্যে আত্মসমৰ্পণ বহু নকল সোণ ব্যৱসায়ীৰ।
২৪ ঘণ্টাত আত্মসমৰ্পণ ২১ মাফিয়াৰ।
৪৮ ঘণ্টাত আত্মসমৰ্পণ মুঠ ৩১ অপৰাধীৰ।

Shahnawaz Hamza