লখিমপুৰৰ নতুন SP আনন্দ মিশ্ৰ। নগাঁৱৰ নতুন SP নৱনীত মহন্ত। নগাঁৱৰ SP লীনা দলে আৰু লখিমপুৰৰ SP বেদান্ত মাধৱ ৰাজখোৱাক তাতক্ষণিকভাৱে কৰা হৈছিল বদলি। হাইলাকান্দিলৈ বদলি লীনা দলেক। বেদান্ত ৰাজখোৱাক ক্ৰীড়া বিভাগৰ AIGৰ দায়িত্ব।
আনন্দ মিশ্ৰক লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব নৱনীত মহন্তক নগাঁৱৰ নতুন SPৰ দায়িত্ব লীনা দলেক হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক ক্ৰিয়া বিভাগৰ AIG হিচাপে বদলি
Sonipat, May 20, 2023: World University of Design presented the culminating work of the graduating batch of students of 6 specializations at their annual Made in WUD (MIW) Showcase 2023. The show had the work of 140 graduates displayed. The work on show covers a range of creative disciplines across
শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিৰ সংবাদমেল। ৫১ হাজাৰ নহয়, মাত্ৰ ২০/২৫ হাজাৰ যুৱক-যুৱতীয়েহে নিযুক্তি পত্ৰ পাব ২৫ মে’ৰ নিযুক্তি মেলাত। এয়া অসমৰ ১৮ লাখ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ প্ৰতি চৰম প্ৰবঞ্চনা বুলি ভাৰতৰ গণতান্ত্ৰিক
এইবাৰ সংবাদমেলৰ জৰিয়তে কামপুৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ আনিলে এগৰাকী মহিলাই। সংবাদমেলৰ আয়োজন কৰি কামপুৰ আৰক্ষীৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ আনিলে গীতামণি বৰা নামৰ এগৰাকী মহিলাই। বিগত এমাহ ধৰি মহিলা গৰাকীয়ে আৰক্ষীৰ পৰা ন্যায় নোপোৱাৰ অভিযোগ। যোৱা ১২ এপ্ৰিলত কামপুৰ থানাৰ ভিতৰতে মৃত্যু হৈছিল গীতামণি বৰাৰ স্বামী মতিপ্ৰসাদ বৰাৰ। কোনো লিখিত