Advertisement
খাৰঘূলিৰ জলবিস্ফোৰণত নিহত পৰিয়ালৈ ৩ লাখ টকাৰ চেক।

খাৰঘূলিৰ জলবিস্ফোৰণত নিহত পৰিয়ালৈ ৩ লাখ টকাৰ চেক।

খাৰঘূলিৰ জলবিস্ফোৰণত নিহত পৰিয়ালক চৰকাৰে প্ৰদান কৰিলে আৰ্থিক সাহাস্য। মন্ত্ৰী অশোক সিংঘলে নিহতৰ পৰিয়ালৰ হাতত তুলি দিলে ৩ লাখ টকাৰ চেক। কামত গাফিলতি কৰা বিষয়া-কৰ্মচাৰীক সাৰি যাব নিদিয়াৰ হুংকাৰ মন্ত্ৰী

হাজোৰ সৌৰামুৰীত নৃশংস হত্যাকাণ্ড

হাজোৰ সৌৰামুৰীত নৃশংস হত্যাকাণ্ড

হাজোৰ সৌৰামুৰীত নৃশংস হত্যাকাণ্ড! মৃত মহিলা গৰাকীৰ নাম ভৱানী দাস। পাৰিবাৰিক কন্দলৰ ফলত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। পুত্ৰ বোৱাৰী ঘৰত নথকাৰ সুযোগতে হত্যাকাণ্ড সংঘটিত কৰে স্বামী সমীন দাসে। সম্প্ৰতি

কোক্‌ৰাঝাৰ: হৰিণাৰ মাংস বুলি গো-মাংস বিক্ৰী

কোক্‌ৰাঝাৰ: হৰিণাৰ মাংস বুলি গো-মাংস বিক্ৰী

এমাহ পূৰ্বে কোকৰাঝাৰত গো-মাফিয়া এটাই লোকৰ গৰু চুৰি কৰি গো-মাংসৰ ব্যৱসায় চলাই ৰাইজ আৰু আৰক্ষীৰ ৰোষত পৰিবলগীয়া হোৱাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ হৰিণাৰ মাংস বুলি গো মাংস বিক্ৰী কৰা ঘটনাই

ভাল খবৰ: ১৪ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব উত্তৰ গুৱাহাটী সংযোগী দলং

ভাল খবৰ: ১৪ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব উত্তৰ গুৱাহাটী সংযোগী দলং

অহা চৈধ্য মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ কাম৷– এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখ্য, আজি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী

বৰ্ধিত বিদ্যুৎ মাচুল বিৰোধীতাৰে মহানগৰীত আপৰ উত্তাল প্ৰতিবাদ…

বৰ্ধিত বিদ্যুৎ মাচুল বিৰোধীতাৰে মহানগৰীত আপৰ উত্তাল প্ৰতিবাদ…

স্মার্ট মিটাৰ প্ৰক্ৰিয়া বন্ধ কৰা, বর্ধিত বিদ্যুৎ মাছুল হ্ৰাস কৰা আৰু বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবীত মঙ্গলবাৰে আম আদমি পাৰ্টীয়ে মহানগৰীৰ কেইবাটাও স্থানত বৈদ্যুতিক সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্রতিবাদী কাৰ্যসূচী

Follow Us on Instagram

Watch Our Latest YouTube Videos

About
Editorial Policy
Fact Check Policy
Correction Policy
Privacy Policy
Contact Us