The Reserve Bank of India has decided to withdraw the ₹2000 denomination banknotes from circulation but they will continue to remain as legal tender. It has advised banks to stop issuing ₹2000 denomination banknotes with immediate effect. The ₹2000 denomination banknote was introduced in November 2016 under Section 24(1) of RBI Act, 1934, primarily to
২০০০ টকীয়া নোট প্ৰচলন বন্ধ কৰাৰ কথা ঘোষণা কৰিছে আৰ বি আয়ে। ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ২০০০ টকাৰ নোট প্ৰদান বন্ধ কৰিবলৈ বেংকসমূহক পৰামৰ্শ দিছে। তথ্য অনুসৰি ক্লীন নোট পলিচীৰ (Clean Note Policy) ৰ অধীনত ৰিজাৰ্ভ বেংকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে এই নোটসমূহ ৩০ ছেপ্টেম্বৰলৈকে আইনগতভাৱে
‘ৰাজ্যখন কোনো গুৰিয়াল নোহোৱাৰ দৰে চলিছে’ ‘উঠি অহা এজনি ছোৱালীৰ মৃত্যুৰ ঘটনাক লৈ বেলেগ ৰাজ্যই আমাক হাঁহিব’ জোনমণি ৰাভাৰ মৃত্যুক লৈ বিধায়ক ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া।
দেশ কঁপাই যোৱা ডাবল মাৰ্ডাৰ হত্যাকাণ্ডৰ হত্যাকাৰী বন্দনা কলিতাৰ পিতৃৰ নিকৃষ্ট কাণ্ড। মৃত স্বামী অমৰজ্যোতি দেৰ ঘৰৰ ভাড়া খুজিবলৈ আহি মুখ ঠেকেচা খালে বন্দনাৰ পিতৃ কামিনী কলিতাই।
ৰাজ্যত অৱ্যহত আছে পাতলীয়া বৰষুণৰ। বিগত কিছুদিন ধৰি অসমত প্ৰায় দুই-এজাক মজলীয়া বৰষুণ হৈ আছে। এনে সময়তে দেশৰ একাংশ ৰাজ্যলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। দুই এদিনতে আহিব পাৰে ধাৰাষাৰ বৰষুণৰ লগতে বজ্ৰপাত আৰু ধূলিৰ ধুমুহা। উত্তৰ পূৰ্বাঞ্চলত পাতলীয়া অথবা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰে। অৱশ্যে