⮚ The flagship event of IIT Guwahati was jointly organized by Students’ Academic Board and IIT Guwahati Research Park ⮚ The Research and Industrial Conclave 2023 witnessed an impressive gathering of over 2500 participants and featured the valuable insights of 50 distinguished speakers, creating a dynamic and collaborative platform for knowledge
কাণ মানৱ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ, যদি ই সঠিকভাৱে কাম নকৰে তেনেহ’লে পৃথিৱীখন নিৰ্জন অনুভৱ হ’বলৈ ধৰিব। যেতিয়া কাণৰ সৈতে জড়িত কিছুমান সমস্যা আৰম্ভ হয় তেতিয়াহে ইয়াৰ গুৰুত্ব অনুভৱ হয়। কাণৰ সৈতে জড়িত বহুতো সমস্যা হয়, যেনে কাণ বন্ধ হোৱা, মল জমা হোৱা, শুনাত অসুবিধা পোৱা, কাণৰ আঘাত ইত্যাদি।
হনুমান চালিচাত মুঠ ৪০টা চৌপাই আছে।প্ৰতিটো চোপায়ে হৈছে সিদ্ধমন্ত্ৰ।কিন্তু তাৰে ৫টাৰ বিশেষ ক্ষমতা আছে।কোৱা হয় যে,যদি আপুনি এই ৫টা মন্ত্ৰ নিয়মীয়াকৈ আবৃত্তি কৰিব পাৰে,তেতিয়া আপুনি,স্বাস্হ্য,সমৃদ্ধি আৰু সম্পত্তি লাভ কৰিব। ১)ৰামদূত অতুলিত বলধামা।অঞ্জনিপুত্ৰ পৱনসুত নামা”।হনুমান পূজাৰ সময়ত এই মন্ত্ৰটি উচ্চাৰণ কৰি আপুনি সকলো ধৰণৰ মানসিক আৰু শাৰীৰিক বেদনাৰ পৰা সকাহ পাব।
জীৱনত শনি,ৰাহু আৰু কেতুৰ প্ৰকোপ আছে যদি-তেতিয়া বজৰংগ বাণৰ পাঠ আপোনাৰ বাবে-বহু লাভজনক হব। *ভগৱান হনুমান সমস্ত হিন্দু ধৰ্মৰ-সকলোৰে প্ৰিয় দেৱৰ মাজত এজন হয়।বিশেষকৰি-বজৰংগবলীক প্ৰিয়-পুৰুষৰ মাজত দেখা যায়।ইয়াৰ বাহিৰেও-পুৰুষকলৰ মাজত বজৰংগবলীৰ দৰে শক্তিৰ আস্থা দেখা যায়।বজৰংগবলীৰ বাবে-কোৱা হয় যে-তেওঁ সকলো ভক্তৰে-প্ৰাৰ্থনা শীঘ্ৰে শুনি লয় আৰু মনৰকামনা পূৰ্ণ কৰে।এই কথা সকলোৱে
যাগ-যজ্ঞ কৰ্মাদি যি কৰা হয় , বিয়ায়েই হওঁক বা ঘৰ লোৱা হওঁক , শিৱ পূজায়েই হওঁক বা আন বিধিতেই হওঁক এটা মন্ত্ৰ সদায় শুনিবলৈ পোৱা যায় — ওঁম স্বস্তি নো ইন্দ্রো বৃদ্ধশ্রবাঃ। স্বস্তি নঃ পূষা বিশ্ববেদাঃ। স্বস্তি নঃ তাৰ্ক্ষ্যো অৰিষ্টনেমিঃ। স্বস্তি নো বৃহস্পতির্দধাতু ওঁম শান্তিঃ ! ওঁম শান্তিঃ ! ওঁম