হাজোৰ ৰামদিয়াত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ অন্তত CRPF জোৱানৰ তাণ্ডৱ। কৰ্তব্যত নিয়োজিত CRPF জোৱানে ৰাজপথত এফালৰ পৰা লাঠীৰে কোবোৱাত আহত হৈছে কেইবাজনো লোক। এই দৃশ্য বন্দী কৰাত NEWS18 ৰ সাংবাদিকৰ ধীৰাজ দাস পিনে চোচা লৈ আক্ৰমণৰ চেষ্টা CRPFৰ দলৰ। প্ৰহৃত কেইবাগৰাকীও যুৱকে অভিযোগ কৰা অনুসৰি সুৰাৰ ৰাগীত মাতাল হৈ এই কাণ্ড সংঘটিত কৰিছে কৰ্তব্যৰত CRPFজোৱানে।