SI জোনমণিৰ মৃত্যুৰ ৰহস্য উদঘাটনৰ পূৰ্বে ১৪৮গৰাকী কনিষ্টবলৰ ৰদবদল

SI জোনমণিৰ মৃত্যুৰ ৰহস্য উদঘাটনৰ পূৰ্বে ১৪৮গৰাকী কনিষ্টবলৰ ৰদবদল

  নিউজ ব্যুৰ’,নগাঁও,১৮মে’:–নগাঁও চহৰৰ মৰিকলং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ মৃত্যুক লৈ অব্যাহত আছে ৰহস্য । বিভিন্ন দৃষ্টিকোণেৰে মহিলা আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুক বিশ্লেষণ কৰিছে বহুজনে। জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য উদঘাটনৰ পূৰ্বে নগাঁও আৰক্ষীত ১৪৮গৰাকী কনিষ্টবল পৰ্যায়ৰ আৰক্ষীৰ ৰদবদল কৰা হৈছে । জোনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগো উত্থাপন কৰিছে

স্বৰ্গৰ মা লক্ষ্মী পৃথিৱীলৈ অহা ৰহস্য…

স্বৰ্গৰ মা লক্ষ্মী পৃথিৱীলৈ অহা ৰহস্য…

ধন সম্পদ, ঐশ্বৰ্য্য বিভূতি আদিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী। লক্ষ্মীক বৈকুণ্ঠত বিষ্ণুৰ সান্নিধ্যত মহালক্ষ্মী, ৰজাৰ গৃহত ৰাজ লক্ষ্মী, স্বৰ্গত স্বৰ্গপক্ষী, আৰু গৃহসকলৰ গৃহত গৃহ লক্ষ্মী হিচাপে পূজিত হৈ আহিছে। এই অধিষ্ঠাত্ৰী দেৱী গৰাকী স্বৰ্গৰ অধিপতি ইন্দ্ৰৰ ৰাজ্যত আছিল।(Religious Studies )   পৃথিৱীলৈ তেওঁ কেনেকৈ আহিল তাৰ কাহিনী এভাগি পোৱা যায়। ইতিহাস

কেন্দ্ৰীয় কেবিনেটত বৃহত্‍ সালসলনি; কিৰেন ৰিজিজুৰ ঠাইত অৰ্জুন ৰাম মেঘৱাল হ’ব আইন মন্ত্ৰী

কেন্দ্ৰীয় কেবিনেটত বৃহত্‍ সালসলনি; কিৰেন ৰিজিজুৰ ঠাইত অৰ্জুন ৰাম মেঘৱাল হ’ব আইন মন্ত্ৰী

কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে দুজন মন্ত্ৰীৰ বিভাগ সালসলনি কৰিছে। চৰকাৰে কিৰেন ৰিজিজুৰ ঠাইত সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালক আইন মন্ত্ৰী হিচাপে নিযুক্তি দি দুজন মন্ত্ৰীৰ দপ্তৰ সলনি কৰে। ৰাষ্ট্ৰপতি ভৱনৰ দ্বাৰা জাৰী কৰা এক বিজ্ঞপ্তিৰ এক তথ্য অনুসৰি ৰিজিজুক পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে। বিজ্ঞপ্তিটোত কোৱা হৈছে যে,

জোনমণি ৰাভাৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া DGP জি পি সিঙৰ

জোনমণি ৰাভাৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া DGP জি পি সিঙৰ

উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ (Jonmani Rabha) মৃত্যুক লৈ তিনিচুকীয়াত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে (DGP GP Singh) প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয়, ‘জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্ত ইতিমধ্যে চিআইডিক দিয়া হৈছে। নগাঁও আৰু লখিমপুৰ দুয়োখন জিলাত চিআইডিৰ দল উপস্থিত হৈছে। যিহেতু দুয়োখন জিলাৰ আৰক্ষী এই ঘটনাৰ লগত সাঙোৰ খাই পৰিছে,