মাতৃ হোৱাটো প্ৰতিগৰাকী নাৰীৰ আটাইতকৈ ডাঙৰ সপোন। এফালে মানুহে মাতৃ হোৱাৰ বাবে বিভিন্ন পদ্ধতি গ্ৰহণ কৰে। একে সময়তে কিছুমান মহিলাই অবাঞ্চিত গৰ্ভধাৰণৰ পৰা মুক্তি পাবলৈ নিজাববীয়াকৈ গৰ্ভপাতৰ বড়ি বা টেবলেট ব্যৱহাৰ কৰে। এইটো বিপদজনক হ’ব পাৰে। সেইবাবেই গৰ্ভপাতৰ বড়ি খোৱাৰ আগতে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে। নিজাববীয়াকৈ গৰ্ভপাতৰ বড়ি সেৱন কৰাটো
আছাম প্রেছ কৰেচপণ্ডেছ ইউনিয়ণ চমুকৈ আপকুৰ দৰং জিলা সমিতিৰ উদ্যোগত বুধবাৰে সন্ধিয়া অনুষ্ঠিত হয় এই কাৰ্যসূচী আপকুৰ দৰং জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ আৰু সাধাৰণ সম্পাদক পংকজ কুমাৰ শৰ্মাইি আতঁধৰামঙলদৈ প্রেছ ক্লাৱ প্রাংগণত অনুষ্ঠিত এই অনুষ্ঠানত প্রয়াত সাংবাদিক গৰাকিৰ প্রতিচ্ছৱিত বন্তি প্রজ্বলন আৰু পুস্পাঞ্জলি অৰ্পন কৰি অনুষ্ঠান আৰম্ভনী কৰে
আজি বড়ো মাধ্যম দিৱস ।1963 চনৰ আজিৰ দিনটোত বড়ো ভাষাক শিক্ষাৰ এটা মাধ্যম হিচাপে স্বীকৃতি দিয়া হৈছিল । এইদিনটো বড়ো জাতি সকলে বড়ো মাধ্যম দিৱস হিচাপে পালন কৰি আহিছে । আজি ৰঙিয়াৰ ট্ৰাইবেল ৰেষ্ট হাউচত বড়ো মাধ্যম দিৱস উদযাপন কৰি এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । অসম চৰকাৰে ষষ্ঠ শ্ৰেণী
টীয়কৰ প্ৰতিবেদক ১৮ মে’/২৩ টীয়কৰ জগদুৱাৰত পুৱতি নিশা ৩৭ নং ৰাষ্ট্ৰীয় পথত এক ভয়ংকৰ পথ দূৰ্ঘটনা হৈছে।টীয়কৰ জগদুৱাৰ জানত চাৰিলেনযুক্ত পথৰ অৰ্ধনিৰ্মিত দলংত গাড়ীসহ সোমাই এজন নিহত। দূৰ্ঘটনাত নিহত যুৱক জনৰ নাম ভাষ্কৰ বৰ্মন । নিহত ভাষ্কৰ বৰ্মনৰ ঘৰ গুৱাহাটীৰ বামুনীমৈদানৰ ৰেলৱে কলনী পথৰ হাউচ নম্বৰ ১১ । দূৰ্ঘটনাগ্ৰস্ত টয়টা
নিউজ ব্যুৰ’,নগাঁও,১৭মে’:–ৰাজ্যৰ বিজ্ঞান,প্ৰযুক্তি আৰু পৰিৱেশৰ দিশত অধ্যয়ন আৰু গৱেষণাৰ বিকাশ আৰু প্ৰসাৰত ব্ৰতী অসম বিজ্ঞান,প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদে(ASTEC) তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° মুন মুন দেৱীক ২০২২ বৰ্ষৰ বাবে “যুৱ বিজ্ঞানী/উদ্ভাৱক বঁটা”ৰে সন্মানিত কৰাৰ লগতে ৰাজ্যখনৰ বিশিষ্ট পদাৰ্থ বিজ্ঞানী তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য অধ্যাপক কিশোৰী মোহন