41.3 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

এনেদৰে শনি,ৰাহু আৰু কেতুৰ প্ৰকোপ দূৰ কৰক…

Assamese Newsএনেদৰে শনি,ৰাহু আৰু কেতুৰ প্ৰকোপ দূৰ কৰক...

জীৱনত শনি,ৰাহু আৰু কেতুৰ প্ৰকোপ আছে যদি-তেতিয়া বজৰংগ বাণৰ পাঠ আপোনাৰ বাবে-বহু লাভজনক হব।

*ভগৱান হনুমান সমস্ত হিন্দু ধৰ্মৰ-সকলোৰে প্ৰিয় দেৱৰ মাজত এজন হয়।বিশেষকৰি-বজৰংগবলীক প্ৰিয়-পুৰুষৰ মাজত দেখা যায়।ইয়াৰ বাহিৰেও-পুৰুষকলৰ মাজত বজৰংগবলীৰ দৰে শক্তিৰ আস্থা দেখা যায়।বজৰংগবলীৰ বাবে-কোৱা হয় যে-তেওঁ সকলো ভক্তৰে-প্ৰাৰ্থনা শীঘ্ৰে শুনি লয় আৰু মনৰকামনা পূৰ্ণ কৰে।এই কথা সকলোৱে জানে যে-বজৰংগবলীক সংকটমোচন কোৱা হয়।ইয়াৰ আঁৰৰ সকলোতকৈ ডাঙৰ কথা হৈছে যে-ভক্তসকলৰ ডাঙৰ ডাঙৰ সমস্যা বজৰংগবলীয়ে-পলকতে দূৰ কৰি দিয়ে।

*বজৰংগবলীক সৰু সৰু উপায়েৰেও-সুখী কৰিব পাৰি।বজৰংগবলীক প্ৰসন্ন কৰাৰ এই উপায়ক-বজৰংগ বাণ কোৱা হয়।শাস্ত্ৰত কোৱা হৈছে যে-বজৰংগ বাণৰ পাঠ কৰিলে-ভক্তসকল ডাঙৰ ডাঙৰ সমস্যাৰ পৰা মুক্ত হয়।

-বজৰংগ বাণৰ কিছু বিশেষ উপায়-

*যদি আপোনাৰ বিবাহক লৈ কোনো ধৰণৰ সমস্যা আহিছে-তেন্তে-সপ্তাহৰ দুটা দিন মংগলবাৰে আৰু শনিবাৰে বজৰংগ বাণৰ পাঠ কৰিব লাগে।ইয়াৰ বাবে-আঁহত গছৰ তলত বহি-এই পাঠ কৰিব লাগে।ইয়াৰ দ্বাৰা শীঘ্ৰে লাভ পোৱা যায়।

*যদি আপোনাৰ জীৱনত শনি-ৰাহু-আৰু কেতুৰ প্ৰকোপ চলি আছে-তেতিয়া এনে সময়ত-বজৰংগবলীৰ পাঠ বহু লাভজন হয়।ইয়াৰ পৰা মুক্তিৰ বাবে-আপুনি প্ৰত্যেক দিনাই-৩বাৰ তিল তেলৰ বন্তি জ্বলাই-পাঠ কৰিব লাগে।

*আপোনাৰ ঘৰত দীৰ্ঘদিন ধৰি-কোনো লোক ৰোগত আছে-তেতিয়া তেনে-পৰিস্থিতিত বজৰংগ পাঠ কৰিলে বহু লাভজনক হয়।ইয়াৰ বাবে-পুৱা-গধূলী বজৰংগ পাঠ কৰিব লাগে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!