আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু

নগাঁৱৰ কলিয়াবৰত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হয় আৰক্ষী বিষয়াগৰাকীৰ । সৰুভগীয়াৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা । নগাঁৱৰ মৰিকলং থানাৰ ভাৰপ্রাপ্ত বিষয়া হিচাপে কৰ্মৰত আছিল SI ৰাভা । সোমবাৰে নিশা এখন তীব্র বেগী কণ্টেইনাৰ ট্রাকত খুন্দা SI গৰাকীৰ বাহনৰ । দুৰ্ঘটনাৰ ফলত ঘটনাস্থলীতে থিতাতে নিহত জোনমণি ৰাভাৰ

জে’লত ৱালিউল, কাইলৈ আদালতত হাজিৰ কৰোৱা হ’ব ডাঃ সংগীতা দত্তক

জে’লত ৱালিউল, কাইলৈ আদালতত হাজিৰ কৰোৱা হ’ব ডাঃ সংগীতা দত্তক

কাইলৈ অৰ্থাৎ বুধবাৰে আদালতত হাজিৰ কৰোৱা হ’ব ডাঃ সংগীতা দত্তক। দ্বিতীয়বাৰৰ বাবে ৫ দিনৰ আৰক্ষীৰ জিম্মাত আছিল সংগীতা। আৰক্ষী জিম্মাৰ ম্যাদ উকলাৰ অন্তত হাজিৰ কৰা হ’ব আদালত। উল্লেখযোগ্য যে সোমবাৰে ডাঃ ৱালিউল ইছলামক আদালতত হাজিৰ কৰোৱা হৈছিল। আদালতে ৱালিউল ইছলামক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। গুৱাহাটীৰ এই চিকিৎসক দম্পতীৰ বিৰুদ্ধে তুলি

হঠাতে ব্ৰইলাৰৰ দাম বঢ়াৰ আঁৰৰ কাহিনী কি জানেনে?

হঠাতে ব্ৰইলাৰৰ দাম বঢ়াৰ আঁৰৰ কাহিনী কি জানেনে?

হঠাতে গুৱাহাটী মহানগৰীত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ব্ৰইলাৰ মূৰ্গীৰ দাম । দাম বৃদ্ধিৰ লগে লগে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সাধাৰণ জনতা আৰু ব্যৱসায়ীৰ মাজত । গুৱাহাটীৰ লগতে ৰাজ্যৰ আন কেতবোৰ অঞ্চলতো অস্বাভাৱিকভাৱে ব্ৰইলাৰ মুৰ্গীৰ দাম বৃদ্ধিৰ পোৱাত মূৰে কপালে হাত দিছে ব্যৱসায়ীসকলে । উল্লেখযোগ্য ব্ৰইলাৰৰ মূল্যবৃদ্ধিৰ পাছতেই বাঢ়িছে হোটেল-ৰেষ্টোৰাত খাদ্যৰ দামো

গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত ৱাটছ এপৰ নতুন পদক্ষেপ…

গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত ৱাটছ এপৰ নতুন পদক্ষেপ…

মোবাইল ব্যৱহাৰকাৰী সকলৰ বাবে যোগাযোগৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হৈছে ৱাটছ এপ । বৰ্তমানৰ সময়ত ই এক শক্তিশালী যোগাযোগৰ মাধ্যমত পৰিগণিত হৈছে । এই মাধ্যমটোৰ ব্যৱহাৰকাৰীসকলে এপটো ব্যৱহাৰ যাতে কৰি অধিক সুৰক্ষিত অনুভৱ কৰিব পাৰে তাৰ বাবে শেহতীয়াকৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এপটোৰ কৰ্তৃপক্ষই । এতিয়াৰে পৰা ব্যৱহাৰকাৰীয়ে কথোপকথনৰ গোপনীয়তাৰ

১৬ মে’ৰ ৰাশিফল, চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব?

১৬ মে’ৰ ৰাশিফল, চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব?

ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজীত এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন। মেষ : আপোনাৰ মতামত সকলো ক্ষেত্ৰতে গ্ৰাহ্য হ’ব, সকলোৰে প্ৰশংসা লাভ কৰিব। বৃষ : ইতিবাচক মনোভাৱ লৈ সকলোৰে সৈতে মতামত শ্বেয়াৰ কৰি সমস্যাৰ সমাধান কৰিব